Public App Logo
সমাগত দেশৰ স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ বাবে এতিয়া ওদালগুৰিতো দেখা গৈছে ব্যাপক প্ৰস্তুতি। ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব লগীয়া স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ বাবে এতিয়া দেখা গৈছে ব্যাপক প্ৰস্ততি। - Udalguri News