Public App Logo
Profile Picture

Udalguri LIVE

@udalgurilive
146Followers
0Following
◾ ওদালগুৰিত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত সামূহিক গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ
◾ কবিৰালীত ধনশ্ৰী বন সংমণ্ডলৰ উদ্যোগত গছপুলি ৰোপণ অভিযান
◾ ডেপুটি ৰেঞ্জাৰ কামেশ্বৰ বড়োৱে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কাৰ্যসূচী
◾ বননীকৰণ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন প্ৰান্তত চলিছে অভিযান
◾ কাৰ্যসূচীৰ অংশ হিচাপে বন বিভাগৰ সদৰ ৰেঞ্জ–মাজবাট ৰেঞ্জৰ মাজত প্ৰীতি ফুটবল অনুষ্ঠিত
◾ ওদালগুৰিত ৩২ সংখ্যক ‘বডোফা’ ইউ এন ব্ৰহ্ম গোল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ
◾  ওদালগুৰি ষ্টেডিয়ামত আৰম্ভ সৰ্বভাৰতীয় ফুটবল প্ৰতিযোগিতা
◾ উদ্বোধনী খেলত মুম্বাইৰ অল ইণ্ডিয়া RBIৰ ১-০ গ’লত জয়লাভ
◾ চানৰাইজ স্প’ৰ্টছ ক্লাবক পৰাস্ত কৰি বিজয় সাব্যস্ত মুম্বাইৰ দলৰ
◾ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ১২টা আগশাৰীৰ দলে লৈছে অংশগ্ৰহণ
◾ প্ৰতিযোগিতাখনৰ বাবে বিটিচি চৰকাৰে আগবঢ়াব ২৫ লাখ টকাৰ অৰ্থসাহাৰ্য
◾ ওদালগুৰিৰ শিক্ষা বিভাগৰ প্ৰশংসনীয় পদক্ষেপ
◾ অৱসৰৰ ২৪ ঘণ্টাৰ ভিতৰতে ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক প্ৰভিজনেল পেঞ্চন প্ৰদান
◾ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে আনুষ্ঠানিকভাৱে অৰ্পণ কৰে পেঞ্চনৰ ফাইল
◾ আৰনাইৰে সম্বৰ্ধনা জনোৱা হয় অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীসকলক
◾ শিক্ষা বিভাগৰ পদক্ষেপক আদৰণি জনাই সন্তুষ্টি প্ৰকাশ অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীসকলৰ
◾ সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ওদালগুৰিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ।
◾ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিবিৰত ৪ শতাধিক হিতাধিকাৰীক স্বাস্থ্যসেৱা।
◾ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসা পৰামৰ্শ।
◾ ৰক্ত পৰীক্ষা, ECG, এক্সৰে আৰু বিনামূলীয়া ঔষধৰ সুবিধা।
◾ আয়ুষ্মান আৰোগ্য কাৰ্ডসহ বিভিন্ন চৰকাৰী সেৱাৰ সুবিধা প্ৰদান।
◾এছিয়ান গেমছত স্বৰ্ণজয় লাভলিনা বৰগোহাঁইৰ 
◾৭৫ কেজি শাখাত অসম কন্যাৰ সফলতা
◾চীনৰ বাও ঝিয়িক প্ৰত্যাহ্বান জনাই ইতিহাস ৰচিলে লাভলিনাই
নাগৰিকৰ দুৱাৰডলিত চৰকাৰী সেৱা আৰু বিভিন্ন আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে আজিৰ পৰা ওদালগুৰিত ‘সেৱা সংকল্প অভিযান’ৰ আৰম্ভ কৰা হৈছে। জিলা খনৰ বিভিন্ন প্ৰান্তত অহা ১০ অক্টোবৰলৈ চলিব লগীয়া এই অভিযানটিৰ আজি ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।
ওদালগুৰি তথা ৰৌতা অঞ্চলৰ জনসাধাৰণৰ বাবে এক ভাল খবৰ। ওদালগুৰিৰ ৰৌতাৰ BRIMS & RC হাস্পাতালত এতিয়াৰে পৰা প্ৰতি মাহে উপলব্ধ হ’ব বিশিষ্ট ইউৰ’লজি বিশেষজ্ঞ ডাঃ সঞ্জয় লক্ষ্মীনাৰায়ণ পাল।
◾ ওদালগুৰি আৰক্ষীৰ বৃহৎ ড্ৰাগছবিৰোধী অভিযান।
◾ ৰৌতা আৰক্ষীৰ অভিযানত ২১৬.৬৪ কিলোগ্ৰাম গাঞ্জা জব্দ।
◾ নগদ ১.৭৩ লাখ টকাও জব্দ কৰে আৰক্ষীয়ে।
◾ অভিযানত ২জন লোকক আটক।
◾ ড্ৰাগছবিৰোধী অভিযান অব্যাহত ৰাখিছে ৰৌতা আৰক্ষীয়ে।

Udalguri LIVE - Digital 
Udalguri LIVE - BODO 
Udalguri Police
◾ SIR-সম্পৰ্কীয় বিসংগতিৰ অভিযোগত AAMSUৰ প্ৰতিবাদ
◾ সমগ্ৰ অসমৰ লগতে ওদালগুৰিতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
◾ সন্ধিয়া  ৰৌতা বাগানত প্ৰতিবাদী কাৰ্যসূচী
◾ ‘Save Democracy, Save Constitutional Institutions’ শীৰ্ষক কাৰ্যসূচীৰে প্ৰতিবাদ
◾ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ দাবী AAMSUৰ
◾ ওদালগুৰিৰ ডিমাকুছিত আৰম্ভ ২৯ সংখ্যক বডোলেণ্ড গেলান্টচ স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতা
◾ টংলাত ওদালগুৰি জিলা বিজেপিৰ সংবাদমেল
◾ সংবাদমেলত বিধায়ক বিকন চন্দ্ৰ ডেকাৰ গুৰুত্বপূৰ্ণ মন্তব্য
◾ বিৰোধী দল কংগ্ৰেছ CJPক লক্ষ্য কৰি বিধায়ক ডেকাৰ মন্তব্য
◾ বিভিন্ন  বিষয়ক লৈ বিজেপিৰ সংবাদমেলত বক্তব্য প্ৰকাশ
<nis:link nis:type=tag nis:id=breaking nis:value=BREAKING nis:enabled=true nis:link/> 
◾ ওদালগুৰিৰ বামুনজুলী (খেৰবাৰী)ত বনহস্তীৰ কৰুণ মৃত্যু
◾ বিদ্যুৎস্পৃষ্ট হৈ বনহস্তীজনীৰ মৃত্যু হোৱাৰ সন্দেহ
◾ পুৱতি নিশা খাদ্য বিচাৰি খেতিপথাৰত প্ৰৱেশ কৰিছিল হাতীজনী
◾ খেতিপথাৰত প্ৰৱেশ কৰাৰ পিছতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ
◾ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
◾ বনহস্তীজনীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্য
<nis:link nis:type=tag nis:id=breakingnews nis:value=BreakingNews nis:enabled=true nis:link/> 
◾ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিত BJP-BPF ৰ বৈঠক।
◾মিত্ৰদল BJP-BPFৰ সমষ্টিটোৰ নেতা-কৰ্মীৰ বৈঠক।
◾ভৈৰৱকুণ্ড সমষ্টিত বিভিন্ন আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনা।
◾ৰাইজৰ বাবে একে লগে কাম কৰি যোৱাৰ সংকল্প।
ওদালগুৰি জিলাৰ যুৱক যুৱতী সকলেও পাব চৰকাৰী চাকৰি! ADRE, TET আদিৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰী আৰু চাকৰি প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে ওদালগুৰি জিলাত বিশেষ পদক্ষেপ

Step Towards
☎️ 7099293095
ওদালগুৰিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । সভাত অষ্টম দৰমহা আয়োগ, কৰ্মচাৰীৰ পদোন্নতি, কেডাৰ ৰিভিউ, নতুন পদ সৃষ্টি আৰু অধীক্ষক-গাণনিক পদৰ নিযুক্তিকে ধৰি বিভিন্ন সমস্যা আলোচনা । সমজিলা ব্যৱস্থাৰ ফলত বৃদ্ধি পোৱা দায়িত্বৰ সৈতে সংগতি ৰাখি পৰ্যাপ্ত পদ সৃষ্টি আৰু কৰ্মচাৰী নিয়োগৰ বাবে চৰকাৰক দাবী ।
◾ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিত প্ৰায় ২ কোটি টকাৰে ১৮টা সামূহিক শৌচাগাৰ নিৰ্মাণৰ আঁচনি।
◾ খৈৰাগুৰি কেথলিক গীৰ্জা প্ৰাংগণত ১১ লাখ টকাৰে নিৰ্মিত সামূহিক শৌচাগাৰ উদ্বোধন।
◾ আঁচনিখন উদ্বোধন কৰে TCLCCৰ অধ্যক্ষ সোণেশ্বৰ ওৱাৰীয়ে।
◾ স্বচ্ছতা, অনাময় ব্যৱস্থা আৰু জনস্বাস্থ্য শক্তিশালী কৰাৰ লক্ষ্য।
ওদালগুৰি চহৰত কালি জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ নতুন কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। বড়োলেণ্ড প্ৰদেশীয় পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য দেৰহাচত বসুমতাৰীয়ে নতুন কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন কৰে।এই অনুষ্ঠানত বিটিচি চৰকাৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰী  উপস্থিত থাকে।
◾ মহাৰাষ্ট্ৰৰ দুৰ্গা নগৰৰ পৰা ২৩ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন ওদালগুৰিৰ ৪ নং ভূতিয়াচাং গাঁৱৰ দিনেশ বড়ো
◾  দিনেশ বড়োৰ সন্ধান বিচাৰি পৰিয়ালৰ কাতৰ আহ্বান
◾ দিনেশ বড়োৰ কোনো সন্ধান পালে +91 99575 72544 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান।
◾ওদালগুৰিত সহজ হ'ব কেঞ্চাৰৰ চিকিৎসা।
◾ ওদালগুৰি অসামৰিক চিকিৎসালয়ত ডে’ কেয়াৰ কেন্সাৰ চেণ্টাৰ উদ্বোধন।
◾ ওদালগুৰিতে এতিয়াৰ পৰা কেন্সাৰ ৰোগীক প্ৰদান কৰা হ’ব কেমোথেৰাপী
◾DyCEM ৰিহণ দৈমাৰী আৰু EM দেৰহাচাত বসুমতাৰীয়ে উদ্বোধন কৰে চেণ্টাৰটো
◾ ওদালগুৰিত উন্মোচন বডোফা ইউ এন ব্ৰহ্মৰ প্ৰতিমূৰ্তি
◾ চিকিৎসালয় চৌহদত স্থাপন কৰা হৈছে ইউ এন ব্ৰহ্মৰ প্ৰতিমূৰ্তি

Rihon Daimari
থলুৱা বহুমুখী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

ওদালগুৰিৰ ৰৌতা কৃষি জ্ঞান কেন্দ্ৰত আজি ‘থলুৱা বহুমুখী সমবায় সমিতি লিমিটেড, অসম’ৰ বাৰ্ষিক সাধাৰণ সভা-২০২৬ অনুষ্ঠিত হয়। সভাত সমিতিৰ সদস্য-সদস্যা, অংশীদাৰ, পৰামৰ্শদাতা আৰু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

সভাত ওদালগুৰি জিলা ARCS কাৰ্যালয়ৰ জ্যেষ্ঠ পৰিদৰ্শক দিগন্ত কুমাৰ দাসে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। কৃষি আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে কৃষকসকলক আত্মনিৰ্ভৰশীল কৰাৰ বিভিন্ন দিশত আলোচনা কৰা হয়। সভাত সমিতিৰ ভৱিষ্যৎ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হয়।
দুৰ্গাপূজাত বৃদ্ধি পাব অৰুণোদয়ৰ ধন
১৫০০ টকা লাভ কৰিব হিতাধিকাৰীয়ে - CM

<nis:link nis:type=tag nis:id=himantabiswasarma nis:value=HimantaBiswaSarma nis:enabled=true nis:link/>
দুৰ্গা পূজাৰ বন্ধ বৃদ্ধি।  ১৭ অক্টোবৰত অতিৰিক্ত বন্ধ ঘোষণা - সংবাদমেলত ঘোষণা CM হিমন্ত বিশ্ব শৰ্মাৰ

<nis:link nis:type=tag nis:id=himantabiswasarma nis:value=HimantaBiswaSarma nis:enabled=true nis:link/>
৩ দিনীয়া কাৰ্যসূচীৰে ওদালগুৰিত আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱটি যোৱা নিশা সফল সামৰণি পৰে। শঙ্কৰদেৱ মিছন হাই স্কুলৰ খেল পথাৰত অনুষ্ঠিত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ অন্তিমটো দিনত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীৰ সভাপতিত্বত  মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হয়।
ওদালগুৰি চহৰত চলি থকা ‘ফেমিলি বজাৰ’ত  আপুনি কি পাব?  ১০ টকাৰ পৰাই কি কি সামগ্ৰী নিব পাৰিব ঘৰলৈ? 
📌 Family Bazar, BJ Guest House and Hall, Station Road, Udalguri , Opposite Kali Mandir 
☎️ 9520468786
🏍️🔥 দুৰ্গাপূজাত নতুন বাইক লোৱাৰ মেগা সুযোগ!

🎉 BIG Best Hero, Udalguri লৈ আহিছে FESTIVE DHAMAKA OFFER!

💥 Mavrick 440 — ₹৫০,০০০ লৈকে ৰেহাই
💥 Karizma XMR — ₹২৫,০০০ ৰেহাই
🛵 স্কুটী — ₹২,৫০০ লৈকে ৰেহাই

👨‍🏫 শিক্ষকসকলৰ বাবে বিশেষ গুৰু দক্ষিণা অফাৰ!

📞 8638859085 / 9101424574
📍 BIG Best Hero, Udalguri

⏰ পলম নকৰিব—অফাৰ সীমিত সময়ৰ বাবে!

 <nis:link nis:type=tag nis:id=udalguri nis:value=Udalguri nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=festiveoffer nis:value=FestiveOffer nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=durgapuja nis:value=DurgaPuja nis:enabled=true nis:link/>