Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

News in Udalguri

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল।

All Bodo Students Union - ABSU
#ABSU

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল। All Bodo Students Union - ABSU #ABSU

Udalguri, Udalguri | Aug 16, 2026

আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃ*ত্যুৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে ন্যায়িক তদন্তৰ দাবী  পৰিয়াল আৰু ৰাইজৰ। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত মৃ*ত্যু হোৱা আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি ওদালগুৰিৰ বাসগৃহত আহি পোৱাৰ পিছতে শোকত ভাগি পৰে সকলো। ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী পৰিয়াল আৰু ৰাইজৰ ।

Udalguri, Udalguri | Aug 15, 2026

বাবু ইমান সোনকালে মোক এৰি কিয় গলা? মই কি ভুল কৰিলোঁ। কৰ্তব্যত গৈ  ঘৰলৈ নশ্বৰ*দেহ হৈ উভতি অহা আৰক্ষী বিষয়া নৱজিৎ দাসক সাৱতি আত্মীয়ৰ হিয়া ভঙা কান্দোন। ওদালগুৰিৰ যুৱক - আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি বাসগৃহত উপস্থিত হোৱাৰ পিছতে কান্দো*নত ভাগি পৰিল মাতৃ, পত্নী, আত্মীয়-স্বজন। পিতৃহাৰা হ’ল তিনি বছৰীয়া কণমানিটি। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত কৰু*ণ মৃ*ত্যু হৈছিল আৰক্ষী বিষয়াজনৰ।

দুচকীয়া বাহন ক্ৰয় কৰিম বুলি ভাবি থকা লোকসকলৰ বাবে এটা  সুখবৰ। ওদালগুৰি জিলাৰ টংলাত Yamaha*ৰ ডিলাৰ 'Darrang Rider'-এ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে কেইবাটাও আকৰ্ষণীয় অফাৰ। বাইক ক্ৰয়ত পাব ৫,০০০টকা পৰ্যন্ত Cash Discount লগতে Full Tank Petrol

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগতো ভাৰতৰ ৮০ তম  স্বাধীনতা দিৱসটি আজি উলহ-মালহেৰে উদযাপন কৰা হয়। ওদালগুৰিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক ৰিহণ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে

ওদালগুৰি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা স্বাধীনতা দিৱসৰ পেৰেড LIVE

ওদালগুৰি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা স্বাধীনতা দিৱসৰ পেৰেড LIVE

Udalguri, Udalguri | Aug 15, 2026

বানবিধ্বস্ত উজনিৰ ৰাইজৰ কাষত নিখিল বড়ো ছাত্ৰ সন্থা। দুখন গাঁও পুনৰ নিৰ্মাণৰ বাবে ৰাওনা এবছুৰ ২০০ জনীয়া দল। প্লাবিত শিক্ষানুষ্ঠান সমূহো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি পুনৰ পাঠদানৰ উপযোগী কৰি তোলাৰ লক্ষ্য ।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ পৰাও ৰাওনা এবছুৰ এটা দল

 All Bodo Students Union - ABSU

বানবিধ্বস্ত উজনিৰ ৰাইজৰ কাষত নিখিল বড়ো ছাত্ৰ সন্থা। দুখন গাঁও পুনৰ নিৰ্মাণৰ বাবে ৰাওনা এবছুৰ ২০০ জনীয়া দল। প্লাবিত শিক্ষানুষ্ঠান সমূহো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি পুনৰ পাঠদানৰ উপযোগী কৰি তোলাৰ লক্ষ্য ।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ পৰাও ৰাওনা এবছুৰ এটা দল All Bodo Students Union - ABSU

Udalguri, Udalguri | Aug 14, 2026

দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰি আৰক্ষীৰ উদ্যোগত আজি ভাৰত-ভূটান সীমান্তলৈ এক বিশাল বাইক ৰেলী উলিওৱা হয়। ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলীয়ে ভাৰত-ভূটান সীমান্তৰ দিশে যাত্ৰা কৰে।

আজি ABVP ডিমাকুছি নগৰ শাখা উদ্যোগত  ৮০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিমাকুছি নগৰত বিশাল ত্ৰিৰংগা যাত্ৰা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

#ABVP

আজি ABVP ডিমাকুছি নগৰ শাখা উদ্যোগত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিমাকুছি নগৰত বিশাল ত্ৰিৰংগা যাত্ৰা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। #ABVP

Udalguri, Udalguri | Aug 14, 2026