Public App Logo
চৰকাৰ - অসম আৰক্ষীলৈ SI নৱজিৎ দাসৰ পত্নীৰ কাতৰ অনুৰোধ - মোৰ মানুহজনৰ হ*ত্যাকাৰী*ক শাস্তি দিয়ক ! তেখেত এজন নিষ্ঠাৱান আৰক্ষী আছিল। ঘটনাৰ CBI তদন্তৰো দাবী প্ৰয়াত আৰক্ষী বিষয়া গৰাকীৰ পত্নীৰ। #JusticeForNabajitDas #Udalgurilive #Udalguri #AssamPolice - Udalguri News