Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

কলগাছিয়া: কলগাছিয়াৰ কৰাৰকুৰ বেকী দলংখত দুচকীয়া বাহন আৰু এম্বুলেন্স সেৱা মুকলি কৰি দিয়াৰ দাবীত ৰাইজৰ প্ৰতিবাদ

Kalgachia, Barpeta | Nov 20, 2025
অভয়াপুৰীৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ কৰাৰকুৰ বেঁকী নদীৰ দলংখন প্ৰায় দুমাহমান পূৰ্বে পূৱফালৰ তিনি নম্বৰ খুটি আকস্মিকভাবে তললৈ ১ ফুট বহি যোৱাত প্ৰশাসনে দলংৰ ওপৰেৰে দুচকীয়া বাহন আৰু এম্বুলেন্স সেৱা সম্পূৰ্ণভাবে বন্ধ কৰি দিছে। যাৰ ফলত যাতায়তৰ নৰক-যন্ত্ৰণাত ভুগিছে ৰাইজৰ লগতে ৰোগী। দুচকীয়া বাহন আৰু এম্বুলেন্স সেৱা মুকলি কৰি দিয়াৰ দাবীত কৰাৰকুৰ বেকী দলঙৰ পূৱ পাৰে ৰাইজৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

MORE NEWS