Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

কলগাছিয়া: সাংবাদিক ৰাণা ডেকাক প্ৰাণে মৰাৰ ভাবুকি দিয়া প্ৰাক্তন আমোলা হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত কলগাছিয়াত প্ৰতিবাদ

Kalgachia, Barpeta | Nov 22, 2025
সাংবাদিক ৰাণা ডেকাক প্ৰাণে মৰাৰ ভাবুকি দিয়া প্ৰাক্তন আমোলা হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত কলগাছিয়াত প্ৰতিবাদ। বৃহত্তৰ কলগাছিয়া সংবাদকৰ্মীৰ উদ্যোগত কলাবেজ পৰিধান কৰি প্ৰতিবাদ। বাক্সাৰ জে’লৰ বাহিৰত জুবিন অনুৰাগীৰ ওপৰত হিতেশ দেৱ শৰ্মাৰ পুত্ৰ আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাই নিৰ্যাতন চলোৱা লাইভ দেখুওৱাৰ বাবেই ফোনযোগে সাংবাদিকক হত্যাৰ ভাবুকি দিয়াৰ পিছতে হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে এই প্ৰতিবাদ। সংবাদকৰ্মী সকলে কলগাছিয়া চাৰিআলিৰ পৰা সমদল উলিয়ায় ৷

MORE NEWS