Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

কলগাছিয়া: বৰপেটা জিলা পৰিষদৰ সমানেত্ৰী আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে জিলা পৰিষদৰ এটি সজাতি দলৰ লাংলা বজাৰ পৰিদৰ্শন

Kalgachia, Barpeta | Nov 28, 2025
বৰপেটা জিলা পৰিষদৰ সমানেত্ৰী জেচমিন চুলতানা, মুখ্য কাৰ্যবাহী বিষয়া আৰু জিলা পৰিষদৰ এটি সজাতি দলে শুক্ৰবাৰে লাংলা বজাৰ পৰিদৰ্শন কৰে । লাংলা বজাৰ পৰিদৰ্শন কৰি জিলা পৰিষদৰ সমানেত্ৰী জেচমিন চুলতানা আৰু মুখ্য কাৰ্যবাহী বিষয়াই ব্যৱসায়ী সকলৰ লগত এখন সভাত মিলিত হয় ৷ সভাত ব্যৱসায়ী সকলৰ অভাব অভিযোগ সমুহৰ ওপৰত আলোচনা কৰা হয় ৷ ব্যৱসায়ী সকলৰ অভাব অভিযোগ সমুহ যিমান সম্ভৱ সমাধানৰ আশ্বাস দিয়ে জিলা পৰিষদৰ সমানেত্ৰী গৰাকীয়ে ৷