Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

কলগাছিয়া: ডিমাপুৰ আঞ্চলিক পূৰবী দুগ্ধ উৎপাদক সমবায় সমিতিৰ সম্পাদকে চহী জাল কৰি টকা আত্মসাৎ কৰাৰ অভিযোগ, থানাত এজাহাৰ দাখিল

Kalgachia, Barpeta | Nov 24, 2025
কলগাছিয়াৰ ডিমাপুৰ আঞ্চলিক পূৰবী দুগ্ধ উৎপাদক সমবায় সমিতিৰ বিৰুদ্ধে কেইবাটাও অনিয়মৰ অভিযোগ উত্থাপন হৈছে। সম্পাদকে দুগ্ধ উৎপাদক সমবায় সমিতিৰ কেইবা গৰাকী সদস্য-সদস্যাৰ চহী জাল কৰি নিজৰ ব্যক্তিগত একাউণ্টত টকা লোৱাৰ অভিযোগ উত্থাপন কৰে সমিতিখনৰ সভাপতি আৰু সদস্যই। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ সম্পাদকৰ ব্যক্তিগত একাউণ্টত সমিতি খনৰ ১,৯৬,২৭২ টকা সোমায় যদিও মাত্ৰ ৯০ হাজাৰ টকা সোমোৱা বুলি সম্পাদকে কয় বুলি অভিযোগ উত্থাপন কৰিছে সভাপতিয়ে ৷

MORE NEWS