◾প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ UPPL প্ৰতিনিধি দলৰ
◾BTR Accord ৰূপায়ণ ক্ষিপ্ৰ কৰাৰ দাবী UPPLৰ
◾সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে UPPLৰ বৈঠক
◾ষষ্ঠ অনুসূচীৰ ১২৫তম সংশোধনী বিধেয়ক গৃহীত কৰাৰ দাবী।
◾BTRক অধিক ক্ষমতাশালী কৰাৰ বাবে সাংবিধানিক সংশোধনৰ দাবী
◾বান-খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় উদ্যোগৰ আহ্বান
◾ ভূটানৰ পানীৰ সোঁতৰ ফলত হোৱা বান সমস্যা সমাধানৰ দাবী
◾উজনি অসমৰ বানপীড়িত জিলাসমূহৰ বাবে বিশেষ পদক্ষেপৰ আহ্বান
◾প্ৰমোদ বড়োৰ নেতৃত্বত UPPLৰ প্ৰতিনিধি দলৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
◾BTRৰ উন্নয়ন আৰু অধিকাৰৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা