Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

News in Helem

৮০ সংখ্যক স্বাধীনতা দিৱসত গহপুৰত শ্বহীদক অপমান। চাফ-চিকুন নহ'ল কনকলতাৰ প্ৰতিমূৰ্তি-উদ্দ্যান। 

 আজি দেশে ৮০ সংখ্যক স্বাধীনতা উদযাপন কৰিছে । কিন্তু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলক অপমানিত হৱ লাগিয়া হৈছে এইখন অসমত । এই দৃশ্য গহপুৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্ম স্হান বৰঙাবাৰীৰ । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা প্ৰতিমূৰ্তি ৰঙবিৰং দূৰৰে কথা প্ৰতিমূৰ্তি কাষৰ ঘাঁহ বন কেইদাল কাটিবলেও সময় নহ'ল প্ৰশাসন তথা চৰকাৰৰ । পূৰ্বতে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ দ্বাৰা সকলো ব্যৱস্থা কৰে যদিও এই বেলি সেই কাম নহ'ল ।

#public #friends #highlights #news #viral #reels #everyone #facebook

৮০ সংখ্যক স্বাধীনতা দিৱসত গহপুৰত শ্বহীদক অপমান। চাফ-চিকুন নহ'ল কনকলতাৰ প্ৰতিমূৰ্তি-উদ্দ্যান। আজি দেশে ৮০ সংখ্যক স্বাধীনতা উদযাপন কৰিছে । কিন্তু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলক অপমানিত হৱ লাগিয়া হৈছে এইখন অসমত । এই দৃশ্য গহপুৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্ম স্হান বৰঙাবাৰীৰ । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা প্ৰতিমূৰ্তি ৰঙবিৰং দূৰৰে কথা প্ৰতিমূৰ্তি কাষৰ ঘাঁহ বন কেইদাল কাটিবলেও সময় নহ'ল প্ৰশাসন তথা চৰকাৰৰ । পূৰ্বতে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ দ্বাৰা সকলো ব্যৱস্থা কৰে যদিও এই বেলি সেই কাম নহ'ল । #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 15, 2026

গুৰু - শিষ্যৰ সম্পৰ্কত কালিমা সানিলে আব্দুল আলী নামৰ শিক্ষকে। ঢেকিয়াজুলিৰ টংলাত এই ঘটনা।

#public #friends #highlights #news #viral #reels #everyone #facebook

গুৰু - শিষ্যৰ সম্পৰ্কত কালিমা সানিলে আব্দুল আলী নামৰ শিক্ষকে। ঢেকিয়াজুলিৰ টংলাত এই ঘটনা। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 15, 2026

Helem, Biswanath | Aug 15, 2026

'সি মোক নিম বুলি কৈছিল, এতিয়া মোক Use কৰি গুচি গ'ল!' প্ৰেমৰ বাবেই সংঘটিত হৈছে এই ঘটনা।
ঘটনা নাৰায়নপুৰৰ ঢলপুৰ - শিমলুগুৰি পথৰ।

#public #friends #highlights #news #viral #reels #everyone #facebook

'সি মোক নিম বুলি কৈছিল, এতিয়া মোক Use কৰি গুচি গ'ল!' প্ৰেমৰ বাবেই সংঘটিত হৈছে এই ঘটনা। ঘটনা নাৰায়নপুৰৰ ঢলপুৰ - শিমলুগুৰি পথৰ। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 14, 2026

অৰুণোদয় আঁচনি চৰকাৰী আঁচনি নে BJP ৰ আঁচনি???
ডঃ জ্ঞানেশ্ৰী বৰা।

#public #friends #highlights #news #viral #reels #everyone #facebook

অৰুণোদয় আঁচনি চৰকাৰী আঁচনি নে BJP ৰ আঁচনি??? ডঃ জ্ঞানেশ্ৰী বৰা। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 14, 2026

কালিলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস।  সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিটো প্ৰান্তত কাইলৈ  অৰ্থাৎ ১৫ আগষ্ট তাৰিখে ৮০  সংখ্যাক স্বাধীনতা দিৱস উদযাপন কৰা হ’ব ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টী, ছয়দুৱাৰ মণ্ডল সমিতিৰ উদ্যোগত বিধায়ক উৎপল বৰাৰ নেতৃত্বত আজি স্বাধীনতা দিৱস উপলক্ষে বৰঙাবাৰীৰ মধ্য ছয়দুৱাৰ উচ্চতৰ বিদ্যালয়  পৰা আৰম্ভ কৰি বৰঙাবাৰী স্থিত শ্বহীদ কনকলতা বৰুৱা প্ৰতিমূৰ্তি লৈকে ত্ৰিৰংগা যাত্ৰা কৰা হয় ৷ এই যাত্ৰা বিধায়ক উৎপল বৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া সকল , মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷

#public #friends #highlights #news #viral #reels #everyone #facebook

কালিলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিটো প্ৰান্তত কাইলৈ অৰ্থাৎ ১৫ আগষ্ট তাৰিখে ৮০ সংখ্যাক স্বাধীনতা দিৱস উদযাপন কৰা হ’ব ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টী, ছয়দুৱাৰ মণ্ডল সমিতিৰ উদ্যোগত বিধায়ক উৎপল বৰাৰ নেতৃত্বত আজি স্বাধীনতা দিৱস উপলক্ষে বৰঙাবাৰীৰ মধ্য ছয়দুৱাৰ উচ্চতৰ বিদ্যালয় পৰা আৰম্ভ কৰি বৰঙাবাৰী স্থিত শ্বহীদ কনকলতা বৰুৱা প্ৰতিমূৰ্তি লৈকে ত্ৰিৰংগা যাত্ৰা কৰা হয় ৷ এই যাত্ৰা বিধায়ক উৎপল বৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া সকল , মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷ #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 14, 2026