*২৬ বছৰে ন্যায়ৰ অপেক্ষাত শ্বহীদ ডেনিয়েল টপ্ন'ৰ পৰিয়াল*
গহপুৰত চাহ জনগোষ্ঠীৰ শক্তিশালী নেতাজনক অজ্ঞাত আততায়ীয়ে হত্যা কৰিছিল।
চাহ জনগোষ্ঠীৰ হকে মাত মতা, অধিকাৰৰ বাবে যুঁজ দিয়া নেতা শ্বহীদ ডেনিয়েল টপ্ন'ৰ হত্যাৰ আজি ২৬ বছৰ সম্পূৰ্ণ হ'ল। কিন্তু আজিও তেওঁৰ পৰিয়ালে ন্যায় নাপালে।
পৰিয়ালৰ অভিযোগ, প্ৰতিখন চৰকাৰেই কেৱল আশ্বাস দি আহিছে, কিন্তু ন্যায় প্ৰদানৰ ক্ষেত্ৰত প্ৰতাৰণাহে কৰি আহিছে। হত্যাকাৰী আজিও মুকলি আকাশৰ তলত।
এই ঘটনাক লৈ পৰিয়ালৰ লগতে আটছা (AATSA) -এ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। শ্বহীদৰ পৰিয়ালে চৰকাৰক শীঘ্ৰে ন্যায় প্ৰদানৰ দাবী জনাইছে।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7 #biswnath