Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

ওদালগুৰি: খৃষ্টানপাৰা বাথৌ থানচালিত অনুষ্ঠিত হোৱা আধ্যাত্মিক কাৰ্যসূচীত বিটিচিৰ এমচিএলএ অৰ্জুন দৈমাৰীৰ অংশগ্ৰহণ

Udalguri, Udalguri | Nov 26, 2025
জিলা খনৰ খৃষ্টানপাৰাত অৱস্থিত বাথৌ থানচালিত দিনযোৰা কাৰ্যসূচীৰে বাথৌ ধৰ্মীয় আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত বাথৌ ধৰ্মীয় আধ্যাত্মিক কাৰ্যসূচীত উপস্থিত হৈ বঢ়াই বাথৌৰ আৰ্শীবাদ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ এমচিএলএ অৰ্জুন দৈমাৰীয়ে। ইপিনে উক্ত সময় চোৱাত বাথৌ থানচালিত পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিষয় ববিয়া আৰু কাৰ্যকতা সকলৰ ওপৰিও অঞ্চলৰ বাথৌ ধৰ্মীয় ৰাইজ উপস্থিত থাকে।

MORE NEWS

■ 'ড্ৰাগছ মাফিয়াই পৰিকল্পিতভাৱে হ*ত্যা কৰিছিল ডিমা হাচাওৰ লাইচং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসক।
■ এই সন্দৰ্ভত আৰক্ষীৰ হাতত আছে নিৰ্ভৰযোগ্য তথ্য: মুখ্যমন্ত্ৰী
■ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ক্ষিপ্ৰ তদন্ত অব্যাহত
■ 'ড্ৰাগছ মাফিয়াই আৰক্ষী বিষয়াক গাড়ীৰে খুন্দিয়াই হ*ত্যা কৰাৰ ঘটনাই প্ৰমাণ কৰে আমাৰ সন্মুখত কিমান এক বৃহৎ প্ৰত্যাহ্বান আছে'
■ 'ইতিমধ্যে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড চেলিমুদ্দিন ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে'
■ 'ড্ৰাগছৰ বিৰুদ্ধে আমি সন্মুখৰ পৰা যুঁজ দি আছো আৰু যুঁজ দি যাম': মুখ্যমন্ত্ৰী

■ 'ড্ৰাগছ মাফিয়াই পৰিকল্পিতভাৱে হ*ত্যা কৰিছিল ডিমা হাচাওৰ লাইচং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসক। ■ এই সন্দৰ্ভত আৰক্ষীৰ হাতত আছে নিৰ্ভৰযোগ্য তথ্য: মুখ্যমন্ত্ৰী ■ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ক্ষিপ্ৰ তদন্ত অব্যাহত ■ 'ড্ৰাগছ মাফিয়াই আৰক্ষী বিষয়াক গাড়ীৰে খুন্দিয়াই হ*ত্যা কৰাৰ ঘটনাই প্ৰমাণ কৰে আমাৰ সন্মুখত কিমান এক বৃহৎ প্ৰত্যাহ্বান আছে' ■ 'ইতিমধ্যে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড চেলিমুদ্দিন ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে' ■ 'ড্ৰাগছৰ বিৰুদ্ধে আমি সন্মুখৰ পৰা যুঁজ দি আছো আৰু যুঁজ দি যাম': মুখ্যমন্ত্ৰী

Udalguri, Udalguri | Aug 17, 2026

SI নৱজিৎ দাসৰ হত্যাকাৰী ড্ৰাগছ  মাফিয়াক এনকাউন্টাৰ কৰাৰ দাবী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ
#JusticeForNabajitDas

Udalguri LIVE - Digital

SI নৱজিৎ দাসৰ হত্যাকাৰী ড্ৰাগছ মাফিয়াক এনকাউন্টাৰ কৰাৰ দাবী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ #JusticeForNabajitDas Udalguri LIVE - Digital

Udalguri, Udalguri | Aug 17, 2026

উজনিৰ বানপিড়ীতৰ কাষত 
ওদালগুৰি জিলা এবছু।
বাসগৃহ সমূহ থকাৰ উপযোগী কৰি তোলাৰ লক্ষ্য । দিনে নিশাই কৰিছে শ্ৰমদাম। নিৰ্মাণ কৰি দিছে বানে উটুৱাই নিয়া ঘৰখন।

 All Bodo Students Union - ABSU
Udalguri LIVE - BODO
#ABSU

উজনিৰ বানপিড়ীতৰ কাষত ওদালগুৰি জিলা এবছু। বাসগৃহ সমূহ থকাৰ উপযোগী কৰি তোলাৰ লক্ষ্য । দিনে নিশাই কৰিছে শ্ৰমদাম। নিৰ্মাণ কৰি দিছে বানে উটুৱাই নিয়া ঘৰখন। All Bodo Students Union - ABSU Udalguri LIVE - BODO #ABSU

Udalguri, Udalguri | Aug 17, 2026