Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বৰভাগ: নলবাৰীৰ বৰগাছাৰ প্ৰতিভাৱান কণ্ঠশিল্পী জিয়ান জোনকৰ আকস্মিক বিয়োগ

Barbhag, Nalbari | Nov 22, 2025
নলবাৰী জিলাৰ বৰভাগৰ বৰগাচাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক জিয়ান জোনাকে প্ৰায় পোন্ধৰ বছৰ ধৰি সংগীত ক্ষেত্ৰখনত জৰিত থাকি ইতিমধ্যে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে পৰিচিতি লাভ কৰিছিল৷ বিভিন্ন সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ উমান দাঙি ধৰিবলৈ সক্ষম হোৱা জিয়ান জোনাক যুৱ প্ৰজন্মৰ মাজত বেচ জনপ্ৰিয় হৈ পৰিছিল ।ইফালে জিয়ান জোনাকৰ মৃত্যুত সাংস্কৃতিক জগতত শোকৰ ছা পৰিছে