Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

বৰভাগ: নলবাৰীৰ নাহেৰবাৰীত বিজেপিৰ উত্তৰ নলবাৰী মণ্ডলৰ সাংগঠনিক বৈঠক

Barbhag, Nalbari | Nov 25, 2025
আজি ভাৰতীয় জনতা পাৰ্টী উত্তৰ নলবাৰী মণ্ডল সমিতিৰ কাৰ্যকৰ্তাৰ সৈতে এখন বিশেষ সাংগঠনিক বৈঠক অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সম্পাদক তথা নলবাৰী জিলা প্ৰভাৰী ৰাতুল শৰ্মাই বৈঠকত সকলোৰে সৈতে মত বিনিময় কৰে। বৈঠকত মণ্ডল প্ৰভাৰী প্ৰতুল কলিতা, মণ্ডল বিষয়ববীয়া, কাৰ্যনিৰ্বাহক আৰু শক্তিকেন্দ্ৰ আহ্বায়ক-প্ৰভাৰী সকল উপস্থিত থাকে।