Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

বৰভাগ: নলবাৰী বৰভাগৰ সোণকুৰিহা যুৱক জ্যোতি সংঘৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী সন্দৰ্ভত উদ্যোক্তাৰ সংবাদমেল

Barbhag, Nalbari | Nov 20, 2025
নলবাৰী বৰভাগৰ স্বেচ্ছাসেৱী সামাজিক-সাংস্কৃতিক অনুষ্ঠান সোণকুৰিহা যুৱক জ্যোতি সংঘৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী অনুষ্ঠান দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২২ আৰু ২৩ নৱেম্বৰত সংঘৰ বাকৰিত আয়োজন কৰা উপলক্ষে আজি বৃহস্পতিবাৰে উদ্যোক্তা সমিতিয়ে আয়োজন কৰে এখন সংবাদমেল। সংবাদমেলত উদযাপন সমিতিৰ সভাপতি ফণীন্দ্ৰ নাথ চক্ৰৱৰ্তী, কাৰ্যকৰী সভাপতি, সুবোধ চক্ৰৱৰ্তী, মুখ্য সম্পাদক গুণীন্দ্ৰ চক্ৰৱৰ্তীৰ লগতে ৫২ জনীয়া মূল সমিতিৰ লগতে বিভিন্ন উপ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।