Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

ৰঙিয়া ভাগ: ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মন্

Rangia Part, Kamrup | Sep 25, 2025
ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ। যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা বৃহস্পতিবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে উল্লেখ কৰে। পূৰ্বতে ভালেকেইজন শিক্ষক অৱসৰ লৈছিল এইখন বিদ্যালয়ৰ পৰাই। এতিয়ালৈ পুৰণ হোৱা নাই সেই শিক্ষকৰ খালী পদ। ইয়াৰ ভিতৰত তিনিবছৰ পূৰ্বে ঐচ্ছিক অসমীয়াৰ শিক্ষয়িত্ৰী নিযুক্তি দিছিল।এতিয়া সেই শিক্ষয়িত্ৰী গৰাকীক এই বিদ্যালয়ৰ পৰাই অন্য বিদ্যালয়লৈ বদলি কৰাৰ নিৰ্দেশ আহিছে বিভাগীয় কৰ্তৃপক্ষৰ পৰা।

MORE NEWS