Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

ৰঙিয়া ভাগ: জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ ১১টা দিন, ৰঙিয়াত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,উপস্থিত বিধায়ক ভবেশ কলিতা

Rangia Part, Kamrup | Sep 29, 2025
শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ আজি ১১টা দিন। সোমবাৰে ৰঙিয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। উপস্থিত থাকে বিধায়ক ভবেশ কলিতা। ভবেশ কলিতাৰ উদ্যোগত হৰদত্ত বীৰদত্ত ভবণ প্ৰাংগণত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিধায়ক গৰাকীৰ লগতে উপস্থিত অনুৰাগী সকলৰ। ভাগৱত পাঠ,নাম -কীৰ্তনকে ধৰি বিভিন্ন মাংগলিক কাৰ্যসূচী ৰূপায়ন কৰা হয়।