Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

ৰঙিয়া ভাগ: আজি সপ্তমী, ৰঙিয়া সমজিলাৰ পূজা মণ্ডপসমূহত সপ্তমী পূজাৰ অনুষ্টুপীয়া আয়োজন,জনালে ৰঙিয়াত পূজা সমিতি সমূহে

Rangia Part, Kamrup | Sep 29, 2025
আজি সপ্তমী। ৰাজ্যৰ পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ। সোমবাৰে ৰঙিয়া সমজিলাৰ পূজা মণ্ডপসমূহত সপ্তমী পূজাৰ অনুষ্টুপীয়া আয়োজন। প্ৰত্যেকখন পুজাথলীত হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে পূজা সমিতি সমূহে। দুৰ্গা দেৱীক সেৱা কৰাৰ পূৰ্বে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব প্ৰতিজন ভক্তই। ইতিমধ্যে ৰঙিয়া সমজিলাৰ প্ৰতিখন পূজা সমিতিয়ে বাতিল কৰিছে সাংস্কৃতিক অনুষ্ঠান।
ৰঙিয়া ভাগ: আজি সপ্তমী, ৰঙিয়া সমজিলাৰ পূজা মণ্ডপসমূহত সপ্তমী পূজাৰ অনুষ্টুপীয়া আয়োজন,জনালে ৰঙিয়াত পূজা সমিতি সমূহে - Rangia Part News