Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

চেঙা: হৰিপুৰত তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ অনুপস্থিতিৰ বাবে স্কুল বন্ধ, ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

Chenga, Barpeta | Nov 14, 2025
বৰপেটাৰ বহৰিত আজব কাণ্ড। শিক্ষকৰ অনুপস্থিতিৰ বাবে স্কুল বন্ধ। শিক্ষক শিক্ষয়ত্ৰীৰ অনুপস্থিতিৰ বাবে ঘৰলৈ ঘুৰি গ'ল ছাত্ৰ ছাত্ৰী। বহৰিৰ সমীপৰ হৰিপুৰত তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ঘটিল এই ঘটনা।প্ৰধান শিক্ষক কচিমউদ্দিন আহমেদে সাংবাদিকক কলে ৰাজ্য চৰকাৰে ঘোষণা কৰা পিতৃ মাতৃ বন্দনা দিৱস উপলক্ষে কোনো শিক্ষক উপস্থিত নহ'ল বিদ্যালয়ত ।ফলত বিদ্যালয়লৈ আহিও উভতিব লগীয়া হ'ল ছাত্ৰ ছাত্ৰী ।তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৫০ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে ২৬ গৰাকী শিক্ষক ৷