Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

চেঙা: ডঃ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শিক্ষামূলক সজাগতা সভাত বিধায়ক শ্বেৰমান আলী আহমেদৰ অংশ গ্ৰহণ

Chenga, Barpeta | Nov 14, 2025
বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডঃ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুক্ৰবাৰে অনুষ্ঠিত হয় এখন শিক্ষামূলক সজাগতা সভা।শিক্ষামূলক সজাগতা সভাখন বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে অংশ গ্ৰহণ কৰে ৷ সভাখনত অংশ গ্ৰহণ কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ভালকৈ পঢ়া-শুনা কৰাৰ শপত বাক্য পাঠ কৰায় বিধায়ক শ্বেৰমান আলী আহমেদে।