Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

চেঙা: চেঙাৰ মহাপ্ৰভু গৰখীয়া গোসাঁইৰ থানত জুবিন গাৰ্গ সোঁৱৰণী সমূহীয়া ভৱন মুকলি মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ

Chenga, Barpeta | Nov 23, 2025
চেঙাৰ অতি প্ৰাচীন মহাপ্ৰভু গৰখীয়া গোসাঁইৰ থানত দেওবাৰে দ্বাদশ বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত হয়। আবেলি ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত হয় অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন, পৰ্যটন, সাধাৰণ প্ৰশাসন দপ্তৰৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাস। মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে নৱনিৰ্মিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী সমূহীয়া ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। সমূহীয়া ভৱনটো মুকলিৰ পূৰ্বে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।