Public App Logo
লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী। নিশা ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বনিকৰ অভিযানত শালমাৰা গাঁওৰ পৰা ৫৫.৪৮ কেজি গাঞ্জা জব্দ কৰে আৰু এগৰাকী মহিলা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। ধৃত মহিলা গৰাকী কল্পনা ৰাভা। বৰ্তমান ধৃত সৰবৰাহকাৰীটো আৰক্ষীৰ জিম্মাত আছে। - Laharighat News