Public App Logo
Profile Picture

khabor 24

@shamimulislam
84Followers
0Following
বালিডোঙাত বিজেপি দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।
লাহযীঘাটৰ বালিডোঙাত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ।
Video 2
ভূৰাগাঁও মাৰ্কাজ মাদ্ৰাছাত অগ্নিকাণ্ড, ছাত্ৰ-ছাত্ৰী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।
🕊️ *অহিংসা আৰু সত্যৰ পূজাৰী, জাতিৰ পিতা মহাত্মা গান্ধীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি* 

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ পবিত্ৰ ক্ষণত জিলা প্ৰশাসন, মৰিগাঁৱৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

এই উপলক্ষে জিলা আয়ুক্ত শ্ৰীমতী সৃষ্টি সিং, আই এ এছ-এ মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জ্যেষ্ঠ বিষয়াসকল আৰু কৰ্মচাৰীসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতৰ সত্য, অহিংসা, শান্তি, সৰলতা আৰু মানৱ সেৱাৰ মহান আদৰ্শক সোঁৱৰণ কৰে।

তেখেতৰ চিৰন্তন আদৰ্শই আমাক সদায় সত্য, অহিংসা, সম্প্ৰীতি আৰু মানৱতাৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰি আহিছে। আহক, গান্ধীজীৰ আদৰ্শক সাৰোগত কৰি এখন হিংসামুক্ত, শান্তিপূৰ্ণ, সম্প্ৰীতি, স্বচ্ছতা আৰু সমন্বয়ৰে পৰিপূৰ্ণ সমাজ গঢ়ি তোলাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে সংকল্পবদ্ধ হওঁ।
*মৰিগাঁও মহাবিদ্যালয়ত Strong Room আৰু গণনা কেন্দ্ৰ পৰিদৰ্শন জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ*

মৰিগাঁও, ২ অক্টোবৰ: মৰিগাঁও জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰীমতী সৃষ্টি সিং, IAS-এ আজি ৯-নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, ২০২৬ৰ সৈতে সংগতি ৰাখি মৰিগাঁও মহাবিদ্যালয়ত স্থাপিত নিৰ্ধাৰিত Strong Room আৰু গণনা কেন্দ্ৰ পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত তেওঁ কেন্দ্ৰটোৰ সামগ্ৰিক প্ৰস্তুতি, নিৰাপত্তা ব্যৱস্থা তথা EVMৰ সুৰক্ষিত সংৰক্ষণ আৰু সুচাৰুৰূপে ভোটগণনা সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে।

জিলা আয়ুক্তৰ সৈতে অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী ৰাকেশ ডেকা, ACS-ৰ লগতে অন্যান্য প্ৰশাসনিক বিষয়া আৰু নিৰাপত্তাকৰ্মী উপস্থিত থাকে।
লাহৰীঘাটত বিজেপি জন সমুদ্ৰ।
মূখ্যমন্ত্ৰী মামাৰ হঠাৎ চকু পৰিল এজন অনুৰাগীৰ পোচাক সাজলৈ,লগে লগে মঞ্চত মাতিলে অনুৰাগীজনক।
বদৰুদ্দিন আজমললৈ নৈতিক সমৰ্থন প্ৰাক্তন বিজেপিৰ সাংসদ ৰাজেন গোহাঁইৰ।
লাহৰীঘাটত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ।
মামাৰ চিত্ৰ অংকন মৰমৰ ভাগিনৰ।
লাহৰীঘাটত নৃত্য গীতেৰে নিৰ্বাচনী প্ৰচাৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ভূৰাগাঁৱত নিশা কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী সভা।
টেঙাগুৰিত নিশা এক আই ইউ ডি এফ দলৰ বিশাল নিৰ্বাচনী সভা।
লাহৰীঘাটত সাংবাদ মাধ্যমত গৌৰৱ গগৈৰ মন্তব্য।
কংগ্ৰেছ দল, মহাত্মা গান্ধীৰ দল,প্ৰয়াত তৰুণ গগৈৰ দল। লাহৰীঘাটত মন্তব্য এই গৌৰৱ গগৈৰ!
ভূৰাগাঁৱত লুৰিণ জ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ শিৱামণি বৰাৰ হৈ।
বৰালীমাৰীত বিজেপি দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।
লাহৰীঘাটৰ বৰালীমাৰীত বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ।
লাহৰীঘাটৰ মহমাৰীত নাও দূৰ্ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।
লাহৰীঘাটত এই আই ইউ ডি এফ দলৰ নেতা চম্পক কলিতাৰ নিৰ্বাচনী প্ৰচাৰ।
লাহৰীঘাটৰ নগাবন্ধাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পিয়ুষ হাজৰিকাই।
কংগ্ৰেছক তুলাধূনা মন্ত্ৰী পিয়ুষ হাজৰিকাৰ
লাহৰীঘাটত কি কলে মন্ত্ৰী পিয়ুষ হাজৰিকাই
লাহৰীঘাটৰ টেঙাগুৰিত ভয়ংকৰ নাওঁ দুৰ্ঘটনা। ৭ গৰাকীকৈ লোক সন্ধানহীন!