Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

News in Laharighat

মূখ্যমন্ত্ৰীক ফেচবুক যোগে ১কোটি টকা দিলে মূখ্যমন্ত্ৰীক হ*ত্যা কৰাৰ ভাবুকি দিয়া আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰি আদালত প্ৰেৰণ কৰে। আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত ৮৬/২৬ নম্বৰত গোচৰ ৰুজু হৈছে।

Laharighat, Morigaon | Aug 16, 2026

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ/ত্যাৰ-ভাবুকি দিয়া আব্দুল মোতালেবৰ স্পষ্টিকৰণ!

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ/ত্যাৰ-ভাবুকি দিয়া আব্দুল মোতালেবৰ স্পষ্টিকৰণ!

Laharighat, Morigaon | Aug 15, 2026

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ^ত্যা^ৰ ভাবুকি দিয়া ভূৰাগাঁৱৰ আব্দুল মোতালেবৰ গ্ৰেপ্তাৰৰ পাছতে সোধ পোছৰ বাবে আটক তিনিজনক।
আটক কৰা লোক কেইজন বৰালিমাৰীৰ ৰাছিদুল ইছলাম, আবু তালেব আৰু আব্দুল খালেক।
ইয়াৰে আব্দুল খালেক আত্মসমৰ্পণ কৰা মোতালেবৰ পিতৃ হোৱাৰ বিপৰীতে আবু তালেব মোতালেবৰ জ্যেষ্ঠ ভাতৃ। সম্প্ৰতি তিনিওকে আৰক্ষীয়ে মাৰথন জেৰা অব্যাহত ৰাখিছে।

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ^ত্যা^ৰ ভাবুকি দিয়া ভূৰাগাঁৱৰ আব্দুল মোতালেবৰ গ্ৰেপ্তাৰৰ পাছতে সোধ পোছৰ বাবে আটক তিনিজনক। আটক কৰা লোক কেইজন বৰালিমাৰীৰ ৰাছিদুল ইছলাম, আবু তালেব আৰু আব্দুল খালেক। ইয়াৰে আব্দুল খালেক আত্মসমৰ্পণ কৰা মোতালেবৰ পিতৃ হোৱাৰ বিপৰীতে আবু তালেব মোতালেবৰ জ্যেষ্ঠ ভাতৃ। সম্প্ৰতি তিনিওকে আৰক্ষীয়ে মাৰথন জেৰা অব্যাহত ৰাখিছে।

Laharighat, Morigaon | Aug 15, 2026

লাহৰীঘাট হস্পিতাল কলনিত ভয়ংকৰ অগ্নিকাণ্ড।

লাহৰীঘাট হস্পিতাল কলনিত ভয়ংকৰ অগ্নিকাণ্ড।

Laharighat, Morigaon | Aug 9, 2026

ৰুহুল আমিনৰ মুক্তিৰ দাবীত লাহৰীঘাট থানাৰ সন্মূখত শতাধিক পুৰুষ-মহিলাৰ প্ৰতিবাদ।

ৰুহুল আমিনৰ মুক্তিৰ দাবীত লাহৰীঘাট থানাৰ সন্মূখত শতাধিক পুৰুষ-মহিলাৰ প্ৰতিবাদ।

Laharighat, Morigaon | Aug 9, 2026

যোৱা নিশা ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বনিকৰ নেতৃত্বত বালিপৰা জংঘলত অভিযান চলাই ৪টাকৈ জুৱাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত জুৱাৰী কেইটা হল আজিজুল হক, হুছেইন আহমেদ, আব্দুল মোবাৰক আৰু আমিৰ হুছেইন। আৰক্ষীয়ে জুৱাৰ আড্ডাৰ পৰা ৬ খন মটৰ চাইকেল, নগদ ২৫ হাজাৰ টকা, মবাইল ৩ টা আৰু জুৱাত ব্যৱহৃত সামগ্ৰী জব্দ কৰে। নিশা জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে অভিযানৰ সময়ত আন কেইবাটা জুৱাৰী এন্ধাৰৰ সুযোগলৈ পলাই যাবলৈ সক্ষম হয়।

Laharighat, Morigaon | Aug 6, 2026

পত্নীয়ে দৌৰাই দৌৰাই ধৰিলে স্বামীক। স্বামীৰ পৰকীয়া প্ৰেমৰ খবৰ পায় উপস্থিত পত্নী। পত্নীৰ উমান পাই দৌৰিলে লম্পট স্বামী গুলজাৰ হুছেইন।
পিছত পত্নীয়ে লম্পট স্বামী পিছে পিছে দৌৰিলে, অৱশেষত দৌৰাই দৌৰাই ধৰিলে লম্পট স্বামীক।
 ঘটনাটো সংঘটিত হয় লাহৰীঘাট থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱত। পত্নীৰ অভিযোগ অনুসৰি ঔতলাবড়ী গাঁৱৰ এগৰাকী ছোৱালী সৈতে দীৰ্ঘদিন ধৰি অবৈধ সম্পৰ্ক চলি আছে স্বামীৰ।আজি হাতে লুটে ধৰিবলৈ সক্ষম হয় লম্পট স্বামী গুলজাৰ হুছেইনক। পিছত লাহৰীঘাট আৰক্ষীক খবৰ দি লম্পট স্বামীক চমজাই দিয়ে।

পত্নীয়ে দৌৰাই দৌৰাই ধৰিলে স্বামীক। স্বামীৰ পৰকীয়া প্ৰেমৰ খবৰ পায় উপস্থিত পত্নী। পত্নীৰ উমান পাই দৌৰিলে লম্পট স্বামী গুলজাৰ হুছেইন। পিছত পত্নীয়ে লম্পট স্বামী পিছে পিছে দৌৰিলে, অৱশেষত দৌৰাই দৌৰাই ধৰিলে লম্পট স্বামীক। ঘটনাটো সংঘটিত হয় লাহৰীঘাট থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱত। পত্নীৰ অভিযোগ অনুসৰি ঔতলাবড়ী গাঁৱৰ এগৰাকী ছোৱালী সৈতে দীৰ্ঘদিন ধৰি অবৈধ সম্পৰ্ক চলি আছে স্বামীৰ।আজি হাতে লুটে ধৰিবলৈ সক্ষম হয় লম্পট স্বামী গুলজাৰ হুছেইনক। পিছত লাহৰীঘাট আৰক্ষীক খবৰ দি লম্পট স্বামীক চমজাই দিয়ে।

Laharighat, Morigaon | Aug 4, 2026

লাহৰীঘাটত ৬ টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। যোৱা নিশা লাহৰীঘাট আৰু ভূৰাগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত চাইবাৰ অপৰাধী কেইটা হল বাবুল ইছলাম, আজাহাৰুল ইছলাম, ইনামূল কৰিম, জইদুল ইছলাম, ইজাহাৰুল ইছলাম আৰু হাফিজ উদ্দিন।মৈৰাবাৰী থানাৰ চাইবাৰ অপৰাধৰ গোচৰৰ ভিত্তিত চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰে।

Laharighat, Morigaon | Aug 3, 2026

লাহৰীঘাটৰ টেঙাগুৰি মজলীয়া বিদ্যালয়ত নিশা চুৰি কাণ্ড ।চোৰে এটা বিদ্যুৎ চালিত মটৰ আৰু চিলিং ফেন দুটা চুৰি কৰি লৈ যায়। বিদ্যালয়খনৰ ষ্টোৰ ৰুমৰ টিনপাত উঠাই ভিতৰত সোমাই বিদ্যুৎ চালিত এটা মটৰ চুৰি কৰি লৈ যায়। ইয়াৰ উপৰি দুটা চিলিং ফেন চুৰি কৰি লৈ যায়। লাহৰীঘাটৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।