📌 কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থা আৰু কাৰিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ বান সাহায্য বিতৰণ ।
📌 শিবসাগৰৰ নিমাইজানৰ বৃহত্তৰ গাওঁত বিতৰণ বান সাহায্য
📌 প্ৰায় ২০০ ঘৰ মানুহক বান সাহায্য প্ৰদান
গোৱালপাৰাৰ পৰা চিন্টু নাথৰ ৰিপৰ্ট
#nekhabar #assam #goalpara #shivsagar #aasu #nathyogi #studentunion
Balijana, Goalpara | Aug 17, 2026