Public App Logo
Profile Picture

NE Khabar

@cintumaninath3740
166Followers
0Following
📌 হাজোত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন

📌 হাজোৰ একাদিত উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন

📌 ভাৰতৰ আজিৰ ঐতিহাসিক ৮০ সংখ্যক স্বাধীনতা দিৱস আমাৰ বাবে এক বৃহৎ গৌৰৱৰ দিন! কৰ্পৰেটৰ ৰত্না দত্ত

📌 ভেৰগাঁও মহকুমা বাকৰিত ৮০ সংখ্যক  ভাৰত স্বাধীনতা দিৱস উদযাপন।

📌 স্বাধীনতা দিৱস উপলক্ষে হাজোত বিনামূলীয়া মেগা চিকিৎসা শিৱৰ সম্পন্ন

📌 ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাই আগৰতলাস্থিত নিজৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° মাণিক সাহাৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰে!
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=kamrup nis:value=kamrup nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hajo nis:value=hajo nis:enabled=true nis:link/>
📌 দুধনৈ সমজিলাৰ উদ্যোগতো আজি দুধনৈৰ উদয়পুৰস্থিত ৰাজহুৱা খেল পথাৰত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন

📌গোৱালপাৰা জিলাৰ পশ্চিম সমজিলাৰ উদ্যোগতো ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

📌 আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দুধনৈৰ অসম-মেঘালয় সীমান্তৰ চিতুক-মোৱামাৰীত "আন্তঃগাওঁ ফুটবল টুৰ্ণামেণ্ট-২০২৬" অনুষ্ঠিত হয় ৷

<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=goalpara nis:value=goalpara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dudhnoi nis:value=dudhnoi nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=agia nis:value=agia nis:enabled=true nis:link/>
📌 স্বাধীনতা দিৱস উপলক্ষে হাজো ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা সম্পন্ন

📌 চিপিআইএম দলৰ কাম হৈছে উগ্ৰপন্থী আন্দোলন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহা!

📌 ত্ৰিপুৰাত  'উগ্ৰপন্থী আন্দোলন' মন্তব্যক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহাৰ মাজত তীব্ৰ ৰাজনৈতিক সংঘাতৰ শিখৰত উপনীত হৈছে!
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=kamrup nis:value=kamrup nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hajo nis:value=hajo nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=cpim nis:value=cpim nis:enabled=true nis:link/>
📌 মাটিয়া আৰক্ষীৰ তালাচী অভিযান  ।
📌 ১৫ আগষ্ট উপলক্ষে মাটিয়া আৰক্ষীৰ অভিযান

📌 প্ৰতিখন গাড়ী তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰিছে মাটিয়া আৰক্ষীয়ে

গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=goalpara nis:value=goalpara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=matia nis:value=matia nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=police nis:value=police nis:enabled=true nis:link/>
📌 ৰামদিয়াত মনে প্ৰাণে ত্ৰিৰংগা,হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী ৰূপায়ন---

📌 দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ হাজো শুৱালকুছি সমষ্টিৰ হাজো মণ্ডলৰ উদ্যোগত ত্ৰিৰংগা পতাকা যাত্ৰা উলিওৱা হয়।

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=kamrup nis:value=kamrup nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hajo nis:value=hajo nis:enabled=true nis:link/>
📌 দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসক স্মৰণীয় কৰি তোলাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'হৰ ঘৰ তিৰঙা' আৰু দেশপ্ৰেমৰ বাৰ্তা প্ৰতি ঘৰে ঘৰে প্ৰেৰণ কৰিবলৈ! মেয়ৰ দীপক মজুমদাৰ!

📌 ভূমি বিক্ৰীক লৈ কোটি কোটি টকাৰ জালিয়াতি: জিম্মাত ত্ৰিপুৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতা আৰু বেংক মেনেজাৰ!
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/>
📌 পঞ্চতীৰ্থ হাজো আৰু ঐতিহ্য শীৰ্ষক গ্ৰন্থ উন্মোচন 

📌 ঐতিহাসিক তথা পৱিত্ৰ তীৰ্থনগৰী হাজোৰ ঐতিহ্য আৰু আধ্যাত্মিক দিশ সামৰি হাজো বৰদেউৰী সমাজৰ সভাপতি সতীন্দ্ৰ দেৱ শৰ্মাৰ ‘পঞ্চতীৰ্থ হাজো আৰু ঐতিহ্য’ শীৰ্ষক গ্ৰন্থখন আজি উন্মোচন কৰা হয়। 

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=kamrup nis:value=kamrup nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hajo nis:value=hajo nis:enabled=true nis:link/>
📌 গোৱালপাৰাত Nature's Beckonৰ উদ্যোগত বিশ্ব হস্তী দিৱস উদযাপন

গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=goalpara nis:value=goalpara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=agia nis:value=agia nis:enabled=true nis:link/>
📌 ১৫ আগষ্ট উপলক্ষে মাটিয়া আৰক্ষীৰ তালাচী অভিযান মাটিয়াত
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=goalpara nis:value=goalpara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=matia nis:value=matia nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=police nis:value=police nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=happyindependenceday nis:value=happyindependenceday nis:enabled=true nis:link/>
📌 এটা নিশাৰ আগৰ এজাক প্ৰচণ্ড ধুমুহাই তচনচ কৰি গ'ল গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ বহু অঞ্চল

📌 ত্ৰিপুৰাৰ 'গোল্ডেন গাৰ্ল' অস্মিতা দেৱক ত্ৰিপুৰা চৰকাৰৰ পৰা ৰাজক আদৰণি: ১০ লাখ টকা আৰু মাটিৰ ডীড দিয়া!

📌 জাতীয় পতাকা কেৱল কাপোৰ নহয়, ই আমাৰ দেশৰ গৌৰৱ, ত্যাগ আৰু বৈচিত্ৰ্যত ঐক্যৰ প্ৰতীক! কাউন্সিলাৰ সুপৰ্ণা দেৱনাথ!
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=galaghat nis:value=galaghat nis:enabled=true nis:link/>
■ অৱসৰী সহকাৰী শিক্ষক ৰঞ্জিত কুমাৰ ডেকাক বিদায়ী সম্বৰ্ধনা জ্ঞাপন 

📌 ১০৪৯নং তাপাবড়ী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী সহকাৰী শিক্ষক ৰঞ্জিত কুমাৰ ডেকাক আজি বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=kamrup nis:value=kamrup nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hajo nis:value=hajo nis:enabled=true nis:link/>
■ হাজো শিক্ষা খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্র ছাত্ৰীৰ নামভৰ্তি হ্ৰাস সন্দৰ্ভত পৰ্য্যালোচনা সভাত বিধায়ক প্ৰকাশ চন্দ্ৰ দাস

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=kamrup nis:value=kamrup nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hajo nis:value=hajo nis:enabled=true nis:link/>
📌 ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহা প্ৰাক্তন উগ্ৰপন্থীৰ দাবী পূৰণ আৰু বিদ্যুৎ শুল্ক বিবাদ নিষ্পত্তি কৰিবলৈ সাজু!
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/>
📌 ড্ৰাগছ আসক্তিৰ বাবে যুৱক সকলে বাট হেৰুৱালে দেশৰ অগ্ৰগতি স্তব্ধ হৈ পৰিব! মেয়ৰ দীপক মজুমদাৰ!
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=police nis:value=police nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=drugs nis:value=drugs nis:enabled=true nis:link/>
📌 সাত দিন খোৱা পানী নাই,
📌 খঙত বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ!
📌 আবদ্ধ হৈ পৰিল মন্ত্ৰী কিশোৰ বৰ্মন!
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/>
খুমটাই সমষ্টিৰ ৰাইজে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়োৱা বান সাহায্যৰ অনুদান গ্ৰহণ বিধায়ক মৃণাল শইকীয়াৰ
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=khumtai nis:value=khumtai nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=mla nis:value=mla nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bjp nis:value=bjp nis:enabled=true nis:link/>
■ হাদালা কেন্দ্ৰীয় গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত বিধায়ক ভবেশ কলিতাক সম্বৰ্ধনা 
হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=kamrup nis:value=kamrup nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hajo nis:value=hajo nis:enabled=true nis:link/>
📌 হাজোৰ দিহিনাত চুৰিকাণ্ডৰ ঘটনা

📌 আসন্ন জাতি গণনাত অসমীয়াক মাতৃভাষা হিছাপে ৰূপায়ণ কৰিবলৈ দাৱী

📌 ত্ৰিপুৰা সোনামুৰাত বাওঁপন্থী গণ সংগঠনে বেৰিকেড ভংগ কৰি, বিধায়কসহ ২৫৬ জন লোকক গ্ৰেপ্তাৰ!
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=kamrup nis:value=kamrup nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hajo nis:value=hajo nis:enabled=true nis:link/>
📌 কাৰিপাৰা সাৰাপাৰা বজাৰত কুকুৰ চোৰৰ সন্ত্ৰাস
📌 চি চি টিভি কেমেৰাত বন্দী চুৰি কৰা দৃশ্য
গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=goalpara nis:value=goalpara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=karipara nis:value=karipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dog nis:value=dog nis:enabled=true nis:link/>
📌 ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে ত্ৰিপুৰা খোৱাই আৰক্ষীয়ে নিৰাপত্তা কটকটীয়া কৰাৰ লগতে সীমান্তত ব্যাপক তালাচী চলাইছে!

📌 ত্ৰিপুৰা জম্পুইজলাৰ শিৱ ঠাকুৰ পাৰা জে বি স্কুলৰ অৱস্থা বেয়া: মাটিত বহি ভৱিষ্যত গঢ়াৰ বাবে সংগ্ৰাম কৰি আছে ১১ গৰাকী ছাত্ৰ-ছাত্ৰী!

📌 ত্ৰিপুৰাৰ প্ৰাক্তন বিধায়ক গৌৰী ভট্টাচাৰ্যৰ মৃত্যু: চিপিআইএম দল আৰু নাৰী আন্দোলনৰ অপূৰণীয় ক্ষতি!

📌 দৰংৰ ৰঙামাটিত শ্ৰী শ্ৰী শিৱমন্দিৰ প্ৰাংগণ সৰুঠেকেৰাবাৰীতত তৃতীয় বাৰ্ষিক শ্ৰী শ্ৰী মহাৰুদ্ৰাভিষেক ও মহাযজ্ঞানুষ্ঠান।।

📌 ত্ৰিপুৰা ধৰ্মনগৰৰ 'বাবু মছায়' হোটেলত ৰুম ভাড়াৰ আৱৰণত যৌন ৰেকেট! থানাত অভিযোগ, তদন্তৰ দাবী স্থানীয় ৰাইজৰ!

📌 ত্ৰিপুৰা খোৱাই কৰুণ দুৰ্ঘটনা: চুইচ গেটৰ গভীৰ পানীত ২ কলেজীয়া ছাত্ৰৰ মৃত্যু!

📌 অগৰতলা ৰেল ষ্টেচনৰ পৰা ৫ লাখ টকাৰ নিষিদ্ধ গাঞ্জাসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী আশীষ দাস আৰু হৃদয় সাহা!

📌 ত্ৰিপুৰাৰ সোণামুৰাত আৰক্ষী আৰু বিএছএফৰ যৌথ অভিযানত উদ্ধাৰ নিষিদ্ধ এস্কফ চিৰাপৰ ২৫টা বটল: ড্ৰাগছ সৰবৰাহকাৰী পলায়ন, নিবিড় অনুসন্ধান!
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=agortola nis:value=agortola nis:enabled=true nis:link/>
📌 কাৰিপাৰাত কুকুৰ চোৰৰ সন্ত্ৰাস

📌 গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত কাৰিপাৰা সাৰাপাৰা বজাৰত কুকুৰ চোৰৰ সন্ত্ৰাস

গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=goalpara nis:value=goalpara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=karipara nis:value=karipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=dog nis:value=dog nis:enabled=true nis:link/>
📌 কলিয়াবৰ দুই নং ভূৰবন্ধাত ব্ৰহ্মপুত্ৰৰ তিব্ৰ গৰাখহনীয়া।

📌 চিন্তিত হৈ পৰিছে নৈ পৰীয়া লোক সকল।
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nagaon nis:value=nagaon nis:enabled=true nis:link/>
📌 "আগিয়াত অবৈধভাৱে সোণত ভুৱা হলমাৰ্ক প্ৰদানৰ অভিযোগত বি আই এছৰ অভিযান ।"

📌 "জব্দ অবৈধ হলমাৰ্কযুক্ত সোণৰ গহনা, হলমাৰ্কিং কাৰ্ড, হলমাৰ্ক লগোৱা লেজাৰ মেচিন ।"

📌 "আগিয়াত জ্যোতিষ পালে চলাইছিল এই ব্যৱসায় ।"
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=goalpara nis:value=goalpara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=agia nis:value=agia nis:enabled=true nis:link/>
📌 দেৰগাঁৱত বৃক্ষৰোপণ কাৰ্যসূচী !

📌 দেৰগাঁৱত পৰিৱেশ সুৰক্ষা আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এক বিশেষ বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=galaghat nis:value=galaghat nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=deragon nis:value=deragon nis:enabled=true nis:link/>
ভাৰত-বাংলাদেশৰ সীমান্তত ১০টা গৰুসহ গ্ৰেপ্তাৰ চোৰাংচোৱাক
<nis:link nis:type=tag nis:id=nekhabar nis:value=nekhabar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=tripura nis:value=tripura nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=police nis:value=police nis:enabled=true nis:link/>