Public App Logo
📌 কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থা আৰু কাৰিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ বান সাহায্য বিতৰণ । 📌 শিবসাগৰৰ নিমাইজানৰ বৃহত্তৰ গাওঁত বিতৰণ বান সাহায্য 📌 প্ৰায় ২০০ ঘৰ মানুহক বান সাহায্য প্ৰদান গোৱালপাৰাৰ পৰা চিন্টু নাথৰ ৰিপৰ্ট #nekhabar #assam #goalpara #shivsagar #aasu #nathyogi #studentunion - Balijana News