◾ ৰাষ্ট্ৰীয় সমৰ কলা প্ৰতিযোগিতাত ওৰাঙৰ আমিৰ উদ্দিনৰ সোণৰ পদক অৰ্জন।
◾ গুৱাহাটীত অনুষ্ঠিত Wushu প্ৰতিযোগিতাৰ ৪৮ কিলোগ্ৰাম শাখাত এই সফলতা।
◾ অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা আমিৰে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে।
◾ দিনত দিন হাজিৰা কৰাৰ পিছতো নিশা ৮ বজাৰ পৰা ১১ বজালৈ গ্ৰহণ কৰে সমৰ কলাৰ প্ৰশিক্ষণ।
◾ নাৰায়ণ শৰ্মা আৰু আজিজ জয়ছোৱালৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছে আমিৰে।
◾ কেবাটাও ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অৰ্জন কৰিছে পদক।
◾ অলিম্পিকত দেশৰ হৈ পদক জয়ৰ সপোন আমিৰৰ; চৰকাৰৰ সহায়-সহযোগিতাৰ বাবে কাতৰ আহ্বান।