Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
No video available

ৰঙিয়া ভাগ: ৰঙিয়াৰ মুৰাৰাত শুক্ৰবাৰে বিয়লি বিজেপি দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী কাৰ্যসূচী ৰূপায়ণ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ

Rangia Part, Kamrup | Apr 12, 2024
ৰঙিয়াৰ মুৰাৰাত শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত বিজেপি দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ।দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীৰ ৩১ নং ৰঙিয়া বিধান সভা সমষ্টিৰ নিৰ্বাচনী কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্য আগত ৰাখি স্থাপন কৰা হয় কাৰ্যালয়টি ।অনুষ্ঠানত উত্তৰ কামৰূপ জিলা সভাপতি সুবল পাল ,অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা আৰ্ণৱ ভৰালী প্ৰমূখ্যে নেতৃবৃন্দ উপস্থিত থাকে ।

MORE NEWS