Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

লাহৰীঘাটত ভয়ংকৰ দূৰ্ঘটনা। দূৰ্ঘটনাত আহত কেইবাগৰাকী ছাত্ৰ। ভূৰাগাঁও জাতীয় বিদ্যালয়ৰ ৮ জনকৈ ছাত্ৰ চি এন জি ভান লৈ দলৈগাঁও অভিমূখে পকী মথাউৰিৰে গৈ থকা অৱস্থাত টেঙাগুৰি কছাৰীগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই চিএনজি ভানখন মথাউৰিৰ পৰা পানীত বাগৰি পৰে। এই দূৰ্ঘটনাত কম বেছি পৰিমাণে আটাইকেইজন ছাত্ৰ আহত হয়। আহত ছাত্ৰ কেইজনক শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসা অনা হয়। জিশ্বান আহমেদ নামৰ ছাত্ৰ জনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Laharighat, Morigaon | Jul 29, 2026

MORE NEWS

মূখ্যমন্ত্ৰীক ফেচবুক যোগে ১কোটি টকা দিলে মূখ্যমন্ত্ৰীক হ*ত্যা কৰাৰ ভাবুকি দিয়া আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰি আদালত প্ৰেৰণ কৰে। আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত ৮৬/২৬ নম্বৰত গোচৰ ৰুজু হৈছে।

মূখ্যমন্ত্ৰীক ফেচবুক যোগে ১কোটি টকা দিলে মূখ্যমন্ত্ৰীক হ*ত্যা কৰাৰ ভাবুকি দিয়া আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰি আদালত প্ৰেৰণ কৰে। আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত ৮৬/২৬ নম্বৰত গোচৰ ৰুজু হৈছে।

Laharighat, Morigaon | Aug 16, 2026

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ/ত্যাৰ-ভাবুকি দিয়া আব্দুল মোতালেবৰ স্পষ্টিকৰণ!

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ/ত্যাৰ-ভাবুকি দিয়া আব্দুল মোতালেবৰ স্পষ্টিকৰণ!

Laharighat, Morigaon | Aug 15, 2026

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ^ত্যা^ৰ ভাবুকি দিয়া ভূৰাগাঁৱৰ আব্দুল মোতালেবৰ গ্ৰেপ্তাৰৰ পাছতে সোধ পোছৰ বাবে আটক তিনিজনক।
আটক কৰা লোক কেইজন বৰালিমাৰীৰ ৰাছিদুল ইছলাম, আবু তালেব আৰু আব্দুল খালেক।
ইয়াৰে আব্দুল খালেক আত্মসমৰ্পণ কৰা মোতালেবৰ পিতৃ হোৱাৰ বিপৰীতে আবু তালেব মোতালেবৰ জ্যেষ্ঠ ভাতৃ। সম্প্ৰতি তিনিওকে আৰক্ষীয়ে মাৰথন জেৰা অব্যাহত ৰাখিছে।

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ^ত্যা^ৰ ভাবুকি দিয়া ভূৰাগাঁৱৰ আব্দুল মোতালেবৰ গ্ৰেপ্তাৰৰ পাছতে সোধ পোছৰ বাবে আটক তিনিজনক। আটক কৰা লোক কেইজন বৰালিমাৰীৰ ৰাছিদুল ইছলাম, আবু তালেব আৰু আব্দুল খালেক। ইয়াৰে আব্দুল খালেক আত্মসমৰ্পণ কৰা মোতালেবৰ পিতৃ হোৱাৰ বিপৰীতে আবু তালেব মোতালেবৰ জ্যেষ্ঠ ভাতৃ। সম্প্ৰতি তিনিওকে আৰক্ষীয়ে মাৰথন জেৰা অব্যাহত ৰাখিছে।

Laharighat, Morigaon | Aug 15, 2026