Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱৰ চুলতান আলীৰ কন্যা নাচৰিণ চুলতানাক মায়ং থানাৰ অন্তৰ্গত পাতেকীবড়ী গাঁৱৰ আনোৱাৰ হুচেইনৰ লগত বিবাহ হৈছিল। বিয়াৰ পিছৰে পৰা স্বামী আনোৱাৰ হুচেইনে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। দুটি সন্তানৰ মাতৃ হোৱাৰ পিছতো নিৰ্যাতন চলাই আহিছিল। অৱশেষত নিৰ্যাতন সহ্য কৰিব নোৱাৰি ২ জুলাই তাৰিখে সন্তান এৰি পিতৃৰ ঘৰত পলাই আহে। পিছত স্বামী গৃহই মায়ং থানাত নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত দুই সন্তানৰ মাতৃ নাচৰিণ চুলতানাই ন্যায় বিচাৰি স্বামী সহ পৰিয়ালৰ কেবাজনৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ তৰিছে।

Laharighat, Morigaon | Jul 29, 2026

MORE NEWS

মূখ্যমন্ত্ৰীক ফেচবুক যোগে ১কোটি টকা দিলে মূখ্যমন্ত্ৰীক হ*ত্যা কৰাৰ ভাবুকি দিয়া আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰি আদালত প্ৰেৰণ কৰে। আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত ৮৬/২৬ নম্বৰত গোচৰ ৰুজু হৈছে।

মূখ্যমন্ত্ৰীক ফেচবুক যোগে ১কোটি টকা দিলে মূখ্যমন্ত্ৰীক হ*ত্যা কৰাৰ ভাবুকি দিয়া আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰি আদালত প্ৰেৰণ কৰে। আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত ৮৬/২৬ নম্বৰত গোচৰ ৰুজু হৈছে।

Laharighat, Morigaon | Aug 16, 2026

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ/ত্যাৰ-ভাবুকি দিয়া আব্দুল মোতালেবৰ স্পষ্টিকৰণ!

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ/ত্যাৰ-ভাবুকি দিয়া আব্দুল মোতালেবৰ স্পষ্টিকৰণ!

Laharighat, Morigaon | Aug 15, 2026

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ^ত্যা^ৰ ভাবুকি দিয়া ভূৰাগাঁৱৰ আব্দুল মোতালেবৰ গ্ৰেপ্তাৰৰ পাছতে সোধ পোছৰ বাবে আটক তিনিজনক।
আটক কৰা লোক কেইজন বৰালিমাৰীৰ ৰাছিদুল ইছলাম, আবু তালেব আৰু আব্দুল খালেক।
ইয়াৰে আব্দুল খালেক আত্মসমৰ্পণ কৰা মোতালেবৰ পিতৃ হোৱাৰ বিপৰীতে আবু তালেব মোতালেবৰ জ্যেষ্ঠ ভাতৃ। সম্প্ৰতি তিনিওকে আৰক্ষীয়ে মাৰথন জেৰা অব্যাহত ৰাখিছে।

মূখ্যমন্ত্ৰীক ফেচবুক যোগে হ^ত্যা^ৰ ভাবুকি দিয়া ভূৰাগাঁৱৰ আব্দুল মোতালেবৰ গ্ৰেপ্তাৰৰ পাছতে সোধ পোছৰ বাবে আটক তিনিজনক। আটক কৰা লোক কেইজন বৰালিমাৰীৰ ৰাছিদুল ইছলাম, আবু তালেব আৰু আব্দুল খালেক। ইয়াৰে আব্দুল খালেক আত্মসমৰ্পণ কৰা মোতালেবৰ পিতৃ হোৱাৰ বিপৰীতে আবু তালেব মোতালেবৰ জ্যেষ্ঠ ভাতৃ। সম্প্ৰতি তিনিওকে আৰক্ষীয়ে মাৰথন জেৰা অব্যাহত ৰাখিছে।

Laharighat, Morigaon | Aug 15, 2026

লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱৰ চুলতান আলীৰ কন্যা নাচৰিণ চুলতানাক মায়ং থানাৰ অন্তৰ্গত পাতেকীবড়ী গাঁৱৰ আনোৱাৰ হুচেইনৰ লগত বিবাহ হৈছিল। বিয়াৰ পিছৰে পৰা স্বামী আনোৱাৰ হুচেইনে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। দুটি সন্তানৰ মাতৃ হোৱাৰ পিছতো নিৰ্যাতন চলাই আহিছিল। অৱশেষত নিৰ্যাতন সহ্য কৰিব নোৱাৰি ২ জুলাই তাৰিখে সন্তান এৰি পিতৃৰ ঘৰত পলাই আহে। পিছত স্বামী গৃহই মায়ং থানাত নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত দুই সন্তানৰ মাতৃ নাচৰিণ চুলতানাই ন্যায় বিচাৰি স্বামী সহ পৰিয়ালৰ কেবাজনৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ তৰিছে। - Laharighat News