Public App Logo
🚨 সাৱধান, শুকানপুখুৰীৰ ৰাইজ! এইমাত্ৰ শিৱসাগৰৰ দিচাং শুকানপুখুৰী মছজিদৰ কাষত বনৰীয়া নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য কেমেৰাত বন্দী হৈছে। ⚠️ ৰাইজক সাৱধান হ’বলৈ আহ্বান। বিশেষকৈ নিশাৰ সময়ত অকলশৰে বাহিৰলৈ ওলোৱাৰ পৰা বিৰত থাকক আৰু বনৰীয়া জন্তুটো দেখিলে ওচৰলৈ নাযাব। - Sibsagar News