🛑অসমৰ বান বিধ্বস্ত অঞ্চলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আনফৰ ফাউণ্ডেচনৰ তৰফৰ পৰা ২০ লাখ টকা প্ৰদান
🛑সাহায্য প্ৰদান কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ মোস্তাক আনফৰ, ফিৰোজ আহমেদ, গুল আখতাৰাৰ
🛑লগতে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী
#anfarfoundation #CMFund #floodrelief #oursivasagar