Public App Logo
Profile Picture

Our Sivasagar আমাৰ শিৱসাগৰ"

@oursivasagar18
265Followers
0Following
শিৱসাগৰৰ আমোলাপট্টিত ভয়ংকৰ অগ্নিকাণ্ড।

ভষ্মীভূত দুখন ব্যৱসায়িক প্ৰতিষ্ঠান।

ঔম প্ৰকাশ চাহুৰ গেলামালৰ দোকান, লালন চাহুৰ চাহৰ দোকান ভষ্মীভূত।

শ্বৰ্টচাৰ্কিত ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।

বৰ্তমান অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে নিৰ্বাপিত কৰিছে জুই।
সাৱধান দিখৌ পৰীয়া ৰাইজ 
নোট কৰক 
DEOC: ৮৪৭১৮-৬৪৩৫৫
টোল ফ্ৰী: ০৩৭৭২-১০৭৭ নম্বৰ

<nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nagaland nis:value=Nagaland nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=news nis:value=news nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/>
📌 বৰ্ষাপাৰা ষ্টেডিয়ামত জুবিন গাৰ্গৰ নাম সোঁৱৰিলে ৰবি শাস্ত্ৰীয়ে।
📌 ৰবি শাস্ত্ৰীয়ে ক'লে- 'জয় আই অসম, জয় জুবিন'
📌  ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ খেলত জুবিন গাৰ্গৰ নাম স্মৰণ...

COURTESY-SOCIAL MEDIA
<nis:link nis:type=tag nis:id=courtesysocialmedia nis:value=courtesysocialmedia nis:enabled=true nis:link/>
প্ৰাপ্যৰ পৰা বঞ্চিত আশা কৰ্মীৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান---

২০২৫ বৰ্ষৰ পৰাই শিৱসাগৰ জিলাৰ পাঁচটাকৈ স্বাস্থ্য খণ্ডৰ আশা কৰ্মী প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত---

<nis:link nis:type=tag nis:id=news nis:value=news nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:value=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonfollowersviewers nis:value=nonfollowersviewers nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagarnews nis:value=sivasagarnews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/>
শিৱসাগৰ দৌলমুখ চাৰিআলিত বীৰ লাচিত সেনাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ---

<nis:link nis:type=tag nis:id=news nis:value=news nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:value=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonfollowersviewers nis:value=nonfollowersviewers nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagarnews nis:value=sivasagarnews nis:enabled=true nis:link/>
শিৱসাগৰত মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী।       

    <nis:link nis:type=tag nis:id=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:value=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowersviewers nis:value=nonfollowersviewers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=allassam nis:value=allassam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=allindia nis:value=allindia nis:enabled=true nis:link/>
শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

দিনজোৰা কাৰ্যসূচীৰে আজি পালন কৰা হৈছে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস।

প্ৰতিষ্ঠা দিৱস উপলক্ষে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ৰ বাকৰিত সংস্থাৰ সভাপতিৰ লগতে বিষয়ববীয়াসকলৰ উপস্থিতিত পতাকা উত্তোলন কৰা হয়।

ইয়াৰ পিছতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা। মুকলি সভাত জুলাই মাহত অনুষ্ঠিত চিঠি লিখা প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হ’ব।

বিভিন্ন কাৰ্যসূচীৰে দিনজোৰাকৈ অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসত সাংবাদিক সংস্থাৰ বিষয়ববীয়া, সদস্য আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে।

 <nis:link nis:type=tag nis:id=sivasagar nis:value=Sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagarpress nis:value=SivasagarPress nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=journalistsassociation nis:value=JournalistsAssociation nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagardistrictjournalistsassociation nis:value=SivasagarDistrictJournalistsAssociation nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=foundationday nis:value=FoundationDay nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=62ndfoundationday nis:value=62ndFoundationDay nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagarnews nis:value=SivasagarNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assamnews nis:value=AssamNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assammedia nis:value=AssamMedia nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=journalism nis:value=Journalism nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=press nis:value=Press nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=media nis:value=Media nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=journalists nis:value=Journalists nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=Assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagardistrict nis:value=SivasagarDistrict nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=newsupdate nis:value=NewsUpdate nis:enabled=true nis:link/>
শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ বৃহৎ যোগদান কাৰ্য্যসূচী

আয়ুষ অঞ্জন গগৈৰ নেতৃত্বত শতাধিক যুৱকৰ যোগদান

যোগদান কাৰ্য্যসূচীত অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ ভাৰপ্ৰাপ্ত সম্পাদক আকাশ শইকীয়াৰ অংশ গ্ৰহন

শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভণী হয় জুবিন দাৰ কথাৰে সোচ্চাৰ হ'ল আকাশ শইকীয়া
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ  বিৰুদ্ধে প্ৰতিবাদ কৰাই অপৰাধ। গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এনেকৈয়ে ৰাজপথৰ পৰা চোঁচৰাই আটক কৰিলে আৰক্ষীয়ে।
৭খন মহাদেশৰ ২৬টা খিলঞ্জীয়া জনগোষ্ঠী কেনিয়াত একত্ৰিত হৈ প্ৰণৱ দলেৰ মুক্তিৰ দাবী জনোৱাৰ লগতে কাজিৰঙাৰ আদিবাসী পৰিয়ালসমূহৰ বাবে ন্যায় বিচাৰিছে।
<nis:link nis:type=tag nis:id=news nis:value=news nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=kaziranganationalpark nis:value=KazirangaNationalPark nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=অসমচৰকাৰ nis:value=অসমচৰকাৰ nis:enabled=true nis:link/>
শিৱসাগৰত মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ভোটাৰ তালিকাৰ সংশোধন আৰু এছ আই আৰক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে শিৱসাগৰতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে স্বচ্ছতা আৰু নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ দ’লমুখ চাৰিআলিত জ্ঞানেশ কুমাৰৰ প্ৰতিচ্ছবি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতিৰ পৰিস্থিতিৰো সৃষ্টি হয়।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ শীঘ্ৰে পদত্যাগৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
▶️শিৱসাগৰত হোমষ্টে’ৰ নামত যৌনতাৰ অবাধ বেহা
▶️শিৱসাগৰৰ Cloud-9 নামৰ হোমষ্টে’ত আৰক্ষীৰ অভিযান
▶️হোমষ্টে’টোত দুই যুৱকসহ তিনি কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
▶️উদ্ধাৰ হোৱা কিশোৰীকেইগৰাকী এখন মহাবিদ্যালয়ৰ ছাত্ৰী
▶️হোমষ্টে’টোৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুই যুৱকক

<nis:link nis:type=tag nis:id=sivasagar nis:value=Sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagarnews nis:value=SivasagarNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagarraid nis:value=SivasagarRaid nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=homestayraid nis:value=HomestayRaid nis:enabled=true nis:link/>
◾দুৰ্গাপূজাৰ বাবে ১৭ অক্টোবৰ দিনটো অতিৰিক্ত বন্ধ ঘোষণা চৰকাৰৰ

<nis:link nis:type=tag nis:id=himantabiswasarma nis:value=HimantaBiswaSarma nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=durgapujaholiday nis:value=DurgaPujaHoliday nis:enabled=true nis:link/>
হাজাৰ হাজাৰ বানাক্ৰান্তক লৈ গুৱাহাটীৰ ৰাজপথ কঁপালে অখিল গগৈয়ে--
শিৱসাগৰ ৰেল ষ্টেচনত দেখা গল অভাৱনীয় পৰিৱেশ।

উজনিৰ পৰা গুৱাহাটীলৈ বুলি ৰেলেৰে প্ৰায় দহ হাজাৰ লোকৰ যাত্ৰা।         

 <nis:link nis:type=tag nis:id=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:value=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowersviewers nis:value=nonfollowersviewers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=allassam nis:value=allassam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=allindia nis:value=allindia nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=news nis:value=news nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=akhilgogoi nis:value=AkhilGogoi nis:enabled=true nis:link/>
ৰাজ্যত মহিলা নিৰ্যাতনৰ উদ্বেগজনক খবৰ।
স্বামীয়ে নিজৰ পত্নীক বিগত এবছৰ দিন ঘৰৰ ভিতৰত তলা মাৰি আৱদ্ধ কৰি ৰাখিছে।
ৰাজ্যিক মহিলা আয়োগৰ সদস্যা হিমানী অধিকাৰীৰ নেতৃত্বত দণ্ডাধীশ আৰু আৰক্ষীৰ সহায়ত তলা ভাঙি মহিলা গৰাকীক উদ্ধাৰ।
বিষ্ণু জ্যোতি শইকীয়াক
বীৰ লাচিত সেনা, অসম শিৱসাগৰ জিলা সমিতিৰ
উপ-সভাপতি দায়িত্ব প্ৰদান কৰা হয়।
শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত বিহুবৰৰ উত্তেজিত স্থানীয় ৰাইজে আজি হ**ত্যা**ৰ অভিযুক্ত বিকি সিঙৰ বাসগৃহত অগ্নিসংযোগ কৰে। 

অৱশ্যে বিহুবৰ আৰক্ষী তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ সময়মতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

<nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/>
যোৱা কালি জুবিন ক্ষেত্ৰলৈ এবাৰো নগ'ল !

নামটো কি তোমাৰ? এইটোৱেই গণ্ডগোল সদায়

সাংবাদিকৰ প্ৰশ্ন শুনি খং উঠিল মুখ্যমন্ত্ৰীৰ উত্তৰ
জুবিন দা অমৰ হঁওক---

জুবিন দাৰ হত্যাকাৰীক এনকাউন্টাৰ কৰক---

জুবিন দিৱসৰ দিনটোতেটে শিৱসাগৰত সমস্বৰে উচ্চাৰিত হ'ল জুবিন দাৰ ন্যায়ৰ দাবী---

শিলসাগৰত বীৰ লাচিত সেনাৰ উদ্যোগত আপোন শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন---

জুবিন গাৰ্গৰ কালজয়ী গীত "মায়াবিনী" পৰিৱেশন---

<nis:link nis:type=tag nis:id=justiceforzubeengarg nis:value=JusticeForZubeenGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=zubeengargfanclub_all_assam nis:value=zubeengargfanclub_all_assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=mayabini nis:value=Mayabini nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=garimasaikiagarg nis:value=GarimaSaikiaGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/>
শিৱসাগৰ কৰদৈগুৰি তৰুণ সংঘৰ উদ‍্যাগত দিনযোৰা কাৰ্যসূচীৰে মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি ।

<nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=justiceforzubeengarg nis:value=JusticeForZubeenGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=zubeengargfanclub_all_assam nis:value=zubeengargfanclub_all_assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=garimasaikiagarg nis:value=GarimaSaikiaGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=mayabini nis:value=Mayabini nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=zubeengarg nis:value=ZubeenGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virelfbpost nis:value=virelfbpost nis:enabled=true nis:link/>
📌ৰাজ্যজুৰি ভূমিকম্পৰ জোকাৰণি
📌৪.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য
📌ভূমিকম্পৰ উৎপত্তিস্থল ভূটান
সম্মিলিত উজনি অসম বাছ মালিক সন্থা, শিৱসাগৰ জিলা সমিতিৰ সৌজন্যত অসম ৰাজি‍‍্যক পৰিবহণ নিগমৰ চৌহদত দিনযোৰা কাৰ্যসূচীৰে মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি ।

<nis:link nis:type=tag nis:id=zubeengarg nis:value=ZubeenGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=justiceforzubeengarg nis:value=JusticeForZubeenGarg nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=zubeengargfanclub_all_assam nis:value=zubeengargfanclub_all_assam nis:enabled=true nis:link/>
যদিও পৃথিৱী নিশব্দ, মই মুক্ত , সশব্দ …. সোনাপুৰৰ পৰা… জয় জুবিন দা
সদৌ অসম ছাত্ৰ সন্থা আহ্বান শিৱসাগৰ জিলা ছাত্র সন্থা উদ্যোগত পোহৰৰ চাকিগছি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

এই অনুষ্ঠানতে জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীত পৰিবেশন কৰে প্ৰায় ১০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে।

<nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=mayabini nis:value=Mayabini nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=zubeengarg nis:value=ZubeenGarg nis:enabled=true nis:link/>