Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Madhyapradesh
Pmmodi
Kerala
- Sibsagar News
oursivasagar18
Sibsagar, Sivasagar
| Aug 18, 2026
MORE NEWS
মানস কোঁৱৰ-চাবিৰ আহমেদৰ ভাইৰেল অডিঅ’ক লৈ কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া।
Sibsagar, Sivasagar | Aug 18, 2026
কয়লা ছিণ্ডিকেটৰ টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পাছত দিলে স্পষ্টীকৰণ মানস কোঁৱৰ আৰু চাবিৰ আহমেদ কোনো কাৰণতে কৃষক মুক্তি ছাত্ৰ মুক্তিৰ সতে জড়িত নহয় #highlightseveryone #everyonefollowers #follower #Coilmainig
Sibsagar, Sivasagar | Aug 18, 2026
মানৱতাৰ অনন্য নিদৰ্শন: ১০৩ বছৰীয়া আইতাৰ মহানুভৱতা! 🙏🙏🙏 শোণিতপুৰ জিলাৰ চিৰাজুলিৰ মাজৰৈমাৰী গাঁৱৰ ১০৩ বছৰীয়া আইতা শ্ৰীমতী কনকলতা দাসে আজি দাঙি ধৰিলে মানৱপ্ৰেম আৰু সেৱাৰ এক অপূৰ্ব নিদৰ্শন। শিৱসাগৰ জিলাৰ শেহতীয়া বানত আমগুৰি বাগান অঞ্চলৰ ৰাইজৰ দুৰ্দশাৰ কথা জানিব পাৰি আইতাই নিজে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। তেখেতে জিলা আয়ুক্ত শ্ৰী মৃদুল যাদৱ মহোদয়ক সাক্ষাৎ কৰি নিজৰ জীৱনজোৰা সাঁচতীয়া ধনৰ পৰা ক্ষতিগ্ৰস্ত ৭৭ টা পৰিয়ালক ২০০০ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে। ১০৩ বছৰ বয়সতো আনৰ দুখত সমভাগী হ’বলৈ আগবাঢ়ি অহা আইতাগৰাকীৰ এনে বদান্যতাত সকলো অভিভূত হৈ পৰে। জিলা আয়ুক্ত মহোদয়ে আইতাৰ মহানুভৱতাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই আশীৰ্বাদ গ্ৰহণ কৰে আৰু আইতাইও আয়ুক্ত মহোদয়ক আন্তৰিক আশীৰ্বাদ প্ৰদান কৰে। বয়স মাথোঁ এটা সংখ্যা—সেৱা আৰু মানৱতাই যে প্ৰকৃত ধৰ্ম, আইতাই তাকেই পুনৰ প্ৰমাণ কৰিলে। এই মহীয়সী আইতালৈ যাচিলোঁ গভীৰ প্ৰণাম আৰু শ্ৰদ্ধা। আইতাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ✨🌸 #Humanity #Inspiration #Sivasagar #Assam #NobleCause #Compassion #AssamFloods #SivasagarFloods #HumanityFirst
Sibsagar, Sivasagar | Aug 18, 2026
🛑অসমৰ বান বিধ্বস্ত অঞ্চলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আনফৰ ফাউণ্ডেচনৰ তৰফৰ পৰা ২০ লাখ টকা প্ৰদান 🛑সাহায্য প্ৰদান কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ মোস্তাক আনফৰ, ফিৰোজ আহমেদ, গুল আখতাৰাৰ 🛑লগতে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী #anfarfoundation #CMFund #floodrelief #oursivasagar
Sibsagar, Sivasagar | Aug 17, 2026