◾দুৰ্ঘটনা নহয়, ড্ৰাগছ বেপাৰীৰ পৰিকল্পিত হত্যাৰ বলি হ'ল আৰক্ষী বিষয়া নৱজিৎ দাস
◾আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ বিস্ফোৰক তথ্য
◾নিশা নাকা চেকিঙৰ সময়ত নৱজিৎ দাসক খুন্দা মৰা বাহনখনৰ মালিকক গ্ৰেপ্তাৰ
◾জুৰীয়াত ড্ৰাগছৰ বিশাল সাম্ৰাজ্য চলাই থকা চেলিমুদ্দিন ইছলামক এই ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি সন্দেহ
◾চেলিমুদ্দিনৰ ভাতৃ মহিদুল ইছলাম, পিতৃ আব্দুল কুদ্দিচ ফৰাজী আৰু ২ সহযোগী মাফ্ফাজুল, ৰুকছানা খাতুনকো গেপ্তাৰ
◾ড্ৰাগছ সৰবৰাহ কৰাত বাধা প্ৰদান কৰাৰ বাবেই SI নৱজিত দাসক গাড়ীৰে খুন্দিয়াই হত্যা কৰা বুলি সন্দেহ আৰক্ষী তথা স্থানীয় লোকৰ
◾ডিমা হাচাওৰ লাইচং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল প্ৰয়াত নৱজিৎ দাস