Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
- Sibsagar News
usr17743701
Sibsagar, Sivasagar
| Aug 13, 2026
MORE NEWS
🛑অসমৰ বান বিধ্বস্ত অঞ্চলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আনফৰ ফাউণ্ডেচনৰ তৰফৰ পৰা ২০ লাখ টকা প্ৰদান 🛑সাহায্য প্ৰদান কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ মোস্তাক আনফৰ, ফিৰোজ আহমেদ, গুল আখতাৰাৰ 🛑লগতে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী #anfarfoundation #CMFund #floodrelief #oursivasagar
Sibsagar, Sivasagar | Aug 17, 2026
মানৱতাৰ অনন্য নিদৰ্শন: ১০৩ বছৰীয়া আইতাৰ মহানুভৱতা! 🙏🙏🙏 শোণিতপুৰ জিলাৰ চিৰাজুলিৰ মাজৰৈমাৰী গাঁৱৰ ১০৩ বছৰীয়া আইতা শ্ৰীমতী কনকলতা দাসে আজি দাঙি ধৰিলে মানৱপ্ৰেম আৰু সেৱাৰ এক অপূৰ্ব নিদৰ্শন। শিৱসাগৰ জিলাৰ শেহতীয়া বানত আমগুৰি বাগান অঞ্চলৰ ৰাইজৰ দুৰ্দশাৰ কথা জানিব পাৰি আইতাই নিজে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। তেখেতে জিলা আয়ুক্ত শ্ৰী মৃদুল যাদৱ মহোদয়ক সাক্ষাৎ কৰি নিজৰ জীৱনজোৰা সাঁচতীয়া ধনৰ পৰা ক্ষতিগ্ৰস্ত ৭৭ টা পৰিয়ালক ২০০০ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে। ১০৩ বছৰ বয়সতো আনৰ দুখত সমভাগী হ’বলৈ আগবাঢ়ি অহা আইতাগৰাকীৰ এনে বদান্যতাত সকলো অভিভূত হৈ পৰে। জিলা আয়ুক্ত মহোদয়ে আইতাৰ মহানুভৱতাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই আশীৰ্বাদ গ্ৰহণ কৰে আৰু আইতাইও আয়ুক্ত মহোদয়ক আন্তৰিক আশীৰ্বাদ প্ৰদান কৰে। বয়স মাথোঁ এটা সংখ্যা—সেৱা আৰু মানৱতাই যে প্ৰকৃত ধৰ্ম, আইতাই তাকেই পুনৰ প্ৰমাণ কৰিলে। এই মহীয়সী আইতালৈ যাচিলোঁ গভীৰ প্ৰণাম আৰু শ্ৰদ্ধা। আইতাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ✨🌸 #Humanity #Inspiration #Sivasagar #Assam #NobleCause #Compassion #AssamFloods #SivasagarFloods #HumanityFirst
Sibsagar, Sivasagar | Aug 17, 2026
বানেধোৱা শিৱসাগৰৰ দৰিকাপাৰ হাতীমূৰীয়া গাঁৱত আজি উপস্থিত হ'ল জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত। গায়ত্রী মহন্তই অভিনয় কৰা জোনবাইৰ জোনালীহঁতৰ পুৰণি ঘৰখনত উপস্থিত হৈ আৱেগিক হৈ পৰিল গায়ত্রী মহন্ত। হাতীমূৰীয়া গাঁৱৰ যগ্যেশ্বৰ গগৈৰ বাসগৃহতে তিনিটাকৈ বছৰ ধৰি শ্বুটিং চলিছিল জোনবাইৰ। পাৰ হৈ যোৱা বানত এই ঘৰখনো ক্ষতিগ্রস্ত হৈছিল। ঘৰখনৰ পৰিয়ালটোৰ সৈতে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ক্ষতিগ্রস্ত ঘৰখনৰ মেৰামতিৰ বাবে আৰ্থিক সাৰাৰ্যও আগবঢ়ালে জোনালীৰ চৰিত্ৰ ৰূপায়ণ কৰা গায়ত্রী মহন্ত #highlightseveryone #everyone #junbai #gaytrimohanta
Sibsagar, Sivasagar | Aug 17, 2026
শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা ভক্ত বৈষ্ণৱৰ পবিত্ৰ শাওন মাহ উপলক্ষে ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্ত বৈষ্ণৱ #highlight #everyonefollowers #shivdoll #omnamahshivaya
Sibsagar, Sivasagar | Aug 17, 2026
পৰিয়ালটিক সকলোৱে অলপ সহায় কৰক । #news #assamfloods2026 #oursivasagar #sivasagarassam
Sibsagar, Sivasagar | Aug 16, 2026