■ স্বাধীনতা দিৱস উপলক্ষে Labith Foundationৰ উদ্যোগত পানেৰীৰ পৰা ভৈৰৱকুণ্ডলৈ বাইক ৰেলী।
■ দেশপ্ৰেম, সামাজিক একতা আৰু যুৱ সমাজক ইতিবাচক কামত জড়িত কৰাৰ বাৰ্তা।
■ গছপুলিৰ পৰিচৰ্যা আৰু সংৰক্ষণৰ ওপৰত Foundationৰ বিশেষ গুৰুত্ব।
■ ভৈৰৱকুণ্ডৰ প্ৰাকৃতিক পৰিৱেশ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষাৰ পৰিকল্পনা।
■ “দেশপ্ৰেমৰ লগতে প্ৰকৃতিপ্ৰেম, স্বাধীনতাৰ লগতে দায়িত্ব”—এই বাৰ্তাৰে ৰেলী সম্পন্ন।