Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে TMPK-এ ঘোষণা কৰা পথ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্ত। ১৬ আগষ্টত ইটানগৰত TMPK, Galo Youth Organisation, Adi Students’ Union (AdiSU), Adi Ba:né Kébang Youth Wing আৰু All Lower Siang District Students’ Union (ALSDSU)-ৰ যৌথ প্ৰতিনিধি দলৰ সৈতে অনুষ্ঠিত বৈঠকত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে প্ৰদান কৰা আশ্বাসৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ। মুখ্যমন্ত্ৰীগৰাকীয়ে বদতি–মিংমাং ঘটনাৰ সৈতে জড়িত দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ আৰু উপযুক্ত শাস্তি নিশ্চিত কৰাৰ লগতে অসম–অৰুণাচল প্ৰদেশ সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণৰো দিয়ে আশ্বাস।

Assam, India | Aug 17, 2026

MORE NEWS