Public App Logo
Profile Picture

The CrossCurrent

@thecrosscurrent.in
5454Followers
0Following
তদন্তৰ আওতালৈ জ্ঞানেশ কুমাৰ! জ্ঞানেশ কুমাৰৰ  বিৰুদ্ধে ভিজিলেন্সৰ তদন্তৰ নিৰ্দেশ
Video 1
Video 2
Video 3
সাৰিব নোৱাৰিব জ্ঞানু— নন্দু! আইনজ্ঞৰ পৰা সমাজকৰ্মীলৈ, CJP ৰ পৰা বাওঁ সংগঠনলৈ। সকলোৰে লক্ষ্য এক...
"CJPৰ মতাদৰ্শৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ মিল নাই আৰু আহিবলগা দিনতো তেওঁলোকৰ মতাদৰ্শৰ সৈতে মিলি আগবাঢ়ি যোৱাৰো কোনো চিন্তা নাই। তেওঁলোকে বিদ্যালয়ৰ লগতে বিভিন্ন স্থানলৈ গৈ পৰিদৰ্শনৰ অচিলাৰে পৰিৱেশ উত্তপ্ত কৰি ৰখাৰ পৰিৱেশ আৰম্ভ হৈছে।"
ক'কৰোচ জনতা পাৰ্টিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ।
দীৰ্ঘ সময়ৰ মূৰত মুকলি আকাশৰ তললৈ আহিল ৰাইজৰ দলৰ নেতৃত্ব। বানাক্ৰান্তৰ অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজৰ দলে। কিন্তু দাবী মানি লোৱাৰ সলনি আটকহে কৰিলে প্ৰতিবাদকাৰীক।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। বান ক্ষতিগ্ৰস্তই আজিপৰ্যন্ত ১৫ হাজাৰ টকা ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি আৰু  বানপীড়িত ৰাইজৰ বাবে আন্দোলন কৰা কৃষক মুক্তি-ছাত্ৰ মুক্তি আৰু ৰাইজৰ দলৰ নেতা-কৰ্মীক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। তেওঁলোকৰ দাবী আৰু প্ৰতিগৰাকী নেতা-সদস্যক মুকলি কৰি নিদিয়া পৰ্যন্ত আন্দোলন কৰি যোৱাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।
১৯২০ চনত সঁচাকৈয়ে ‘সংস্কৃত’ বিষয় আছিলনে সুভাষ চন্দ্ৰ বসুৰ? UPSCৰ শতবৰ্ষ উদযাপনৰ মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা দাবী। উক্ত দাবীৰ পাছতেই আৰম্ভ হৈছে নতুন বিতৰ্ক। কিমান মিথ্যাচাৰৰ আশ্ৰয় ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?
ৰঙাপৰাৰ ফুলবাৰীত আশ্ৰয় লোৱা ৪০ বছৰীয়া আহত বন্য হস্তীৰ চিকিৎসা অব্যাহত। বৰ্তমান ফুলবাৰীৰ পানীপোটা শাখাৰ কাষৰ খেতিপথাৰত আছে বন্য হস্তীটো। বন বিভাগ, ডব্লিউ টি আই আৰু বনতাৰাৰ চিকিৎসকৰ দলে নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে হাতীটো। ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে হাতীটো।
Video 10
Video 11
Video 12
📌বানাক্ৰান্তৰ ক্ষতিপূৰণ বিচাৰি এতিয়ালৈকে কেন্দ্ৰক স্মাৰকপত্ৰ দিয়া নাই ৰাজ্য চৰকাৰে
📌কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰালয় কমিটিয়ে এতিয়ালৈকে জমা দিয়া নাই উজনিৰ বান সংক্ৰান্তীয় প্ৰতিবেদন
📌কমিটিৰ দ্বাৰা প্ৰতিবেদন জমা কৰোৱাব নোৱাৰাৰ বাবে পলাই ফুৰিছে মুখ্যমন্ত্ৰী
📌উজনিৰ পৰিৱৰ্তে নগাঁৱত প্ৰলয় হোৱা হ'লে আজি মুখ্যমন্ত্ৰীয়ে জঁপিয়াই জঁপিয়াই চেক বিতৰণ কৰিলেহেঁতেন
📌নাজিৰাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ পাছতো বিধায়কে মাত মাতিব পৰা নাই, কাৰণ তেওঁ শিল খননৰ লগত জড়িত
📌উজনিৰ বানাক্ৰান্তৰ বাবে উচিত ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ কৰি থকাৰ মাজতে চৰকাৰক সমালোচনা বিধায়ক অখিল গগৈৰ
বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁই আৰু ড° পল্লৱী গোস্বামীৰ দ্বাৰা ৰচিত 'মহাশূণ্যৰ সংগীত' শীৰ্ষক গ্ৰন্থৰ উন্মোচন। গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা Live-
'ফুটুকাৰ ফেনলৈ পৰিণত হৈছে বিজেপিৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি। বানত উজনি অসম নিঃশেষ হৈ যোৱাৰ পাছতো বিজেপি চৰকাৰে কোনোধৰণৰ সহায় কৰা নাই। বিজেপিৰ স্বৈৰতন্ত্ৰ, ফেচীবাদী নীতি নচলিব।'

আটকাধীন অৱস্থাত এনেদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাইজৰ দলৰ নেতৃত্বই
ক'কৰোচ জনতা পাৰ্টিক চিনি নাপায় অসমৰ মুখ্যমন্ত্ৰীয়ে। বিপৰীতে CJP য়ে ভালদৰেই চিনি পায় অসমৰ মুখ্যমন্ত্ৰীক। হিমন্ত বিশ্ব শৰ্মাক লৈ মুম্বাইৰ প্ৰতিবাদস্থলীৰ পৰা কি ক'লে CJP ৰ নেতৃত্বই?
অসমৰ পুৰণি শক্তিপীঠ সমূহৰ ভিতৰত অন্যতম শ্ৰীশ্ৰী ৰামখাপীঠ দেৱালয়।
শিৱসাগৰৰ দিখৌমুখস্থিত  দেৱালয়খনত ১৬ অক্টোবৰৰ পৰা ছয় দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব দুৰ্গোৎসৱ। এখন সংবাদমেলযোগে এই কথা সদৰী দুৰ্গাপূজা মহোৎসৱ উদযাপন সমিতিৰ।
Video 18
Video 19
Video 20
Video 21
জন্মদিন (২ অক্টোবৰ)তে স্বৰ্ণ পদক জয় লাভলীনা বৰগোহাঁইৰ। এছিয়ান গেমছত মহিলাৰ বক্সিঙৰ ৭৫ কিল'গ্ৰাম শাখাৰ ফাইনেলত চীনৰ জিয়ি বাওক ৫-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে অসম কন্যাই। স্বৰ্ণ পদক জয় কৰি নিজৰ জন্মদিন পালন লাভলীনাৰ।
"তাই যে পাৰিব মোৰ বিশ্বাস আছিল।"
এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰা লাভলীনা বৰগোহাঁইক লৈ মন্তব্য এছিয়ান গেমছত অসমৰ প্ৰথম পদক জয়ী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ।
"তোমাৰ লাঠীৰ বাবে ভয় খাম সেয়াটো জৰুৰী নহয়। শনিবাৰে যন্তৰ মন্তৰত দিনৰ ১ বজাত পুনৰ লগ হ'ম।"
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষণা AISAৰ সভানেত্ৰী নেহা বৰাৰ।