Public App Logo
হেলেম ৰেলৱে ষ্টেচনৰ পৰা অচিনাক্ত মৃতদেহ উদ্ধাৰ। ++++++++++++++++ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত হেলেম ৰেলৱে ষ্টেচনৰ সমীপত যোৱা কালি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। তথ্য মতে যোৱা কালি ৮-২০ মান বজাত. Rly kme 205/19-206/1A Helem stationa সমীপত এজন অচিনাক্ত লোকষ মৃতদেহ উদ্ধাৰ হয় । চলন্ত ৰেলৰ পৰা পৰি যোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় লোকে।।শ ইয়াৰ পিছতেই ঘটনাস্থলীত ৰেলৱে আৰক্ষীয উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি বিহালী মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে চিনাক্ত নোহোৱা পৰ্যন্ত মৃতদেহ বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মৰ্গত থাকিব বুলি ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিয়ে ।✅✅✅#behalidarpan - Biswanath News