Public App Logo
Profile Picture

বিহালী দৰ্পণ

@usr2452280
84Followers
0Following
বিহালীৰ বুৰৈ নৈৰ পাৰত কঁহুৱাৰ সাগৰ - ছচিয়েল মিডিয়াত ভাইৰেল মনোমোহা দৃশ্য*✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
অবৈধ দেশীয় সুৰাৰ বিৰুদ্ধে জিনজিয়া আৰক্ষীৰ মাৰাথন অভিযান, কুম্ভকৰ্ণৰ নিদ্ৰাত বিশ্বনাথৰ আবকাৰী বিভাগ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিশ্বনাৰ অবসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী চম্পী চাহু আৰু নাই, যোৱা ১৩ ছেপ্টেম্বৰত অভিনন্দন গ্ৰন্থ প্ৰকাশ পাইছিল বাইদেউৰ।*এসময়ৰ বিহালীক সবল নেতৃত্বত দিয়া প্ৰয়াত লক্ষ্মীনাথ চাহাৰ সহধৰ্মিনী চম্পী চাহুৰ মৃত্যত বিশ্বনাৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে গভীৰ শোক প্ৰকাশ কৰে✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বগৰীবাৰীৰ আৰক্ষীৰ অভিযানত ২২টাকৈ চোৰাং গোধন জব্দ, লগতে  দুই গো-সৰবৰাহকাৰী আটক।✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বটিয়ামাৰী মজলীয়া বিদ্যালয় প্ৰধান‌ শিক্ষক কপিলমুণি হুমগাইৰ বিদায় সম্বৰ্দ্ধনা সভা✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
পুনৰ নিৰুদ্দেশৰ ঘটনা,যোৱা ২৮ ছেপ্টেম্বৰ সোমবাৰে এই গৰাকী ব্যক্তি কোনো কামৰ বাবে বিহালী চাহ বাগিচাৰ বেদেতীৰ পৰা নকুনীয়লে বুলি গৈ আজিও উভতি অহা নাই।এই ক্ষেত্ৰত পৰিয়ালৰ লোকে বিহালী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে  (বয়স ৬০ মান হ'ব)✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
জিনজিয়াত  মহিলাৰ মৃতদেহ উদ্ধাৰ লগত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ‌ আৰক্ষীৰ*✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
*বিহালীত অবৈধভাৱে বালি খননৰ ৰমৰমীয়া বেহা: বন বিভাগৰ ভূমিকা ৰহস্যজনক*✅✅✅<nis:link nis:type=tag nis:id=বিহালীদৰ্পন nis:value=বিহালীদৰ্পন nis:enabled=true nis:link/>
বিহালীত আৰক্ষীৰ অভিযান, জালনোট সহ এজনক আটক বিহালী আৰক্ষীৰ

 বিহালী আৰক্ষীৰ এক সফল অভিযানত বৃহৎ পৰিমাণৰ জালনোট সহ এজন যুৱকক আটক কৰা হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১২.১০ বজাত এক গোপন তথ্যৰ ভিত্তিত বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তেওঁৰ দলে AR-01-7700 নম্বৰৰ অৰুণাচল ভিত্তিক যাত্ৰা বাছত অভিযান চলায়। অভিযানকালত লখিমপুৰ জিলাৰ বিহপুৰীয়া গাৱৰ মঃ জমিৰুল ইছলাম (২১) নামৰ যুৱক জনক আটক কৰে।
তালাচীৰ সময়ত তেওঁৰ পৰা ৮৬,৪০০ টকাৰ আচল ভাৰতীয় মুদ্ৰা আৰু ১,৯৯,০০০ টকা মূল্যৰ ৩৯৮ খন জালনোট জব্দ কৰা হয়। জেৰাৰ সময়ত ধৃত যুৱকজনে প্ৰকাশ কৰে যে, তেওঁ এই ধনখিনি জাল সোণ কিনা আৰু জালনোট সলনি কৰাৰ বাবে লৈ গৈ আছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>

I got over 1,000 reactions on my posts last week! Thanks everyone for your support! 🎉
বিহালীত আৰক্ষীৰ অভিযান, জালনোট সহ এজনক আটক বিহালী আৰক্ষীৰ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
ৰাংছালীত সাধাৰণ জ্বৰ হৈয়ে এগৰাকী নবম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুৰ পিছত, আজি জিলা স্বাস্থ্য বিভাগৰ মুখ্য স্বাস্থ্য বিষয়া এলিজা ডেকা বৰুৱাৰ (CD)তদন্ত আৰম্ভ হ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
হাম্ৰো স্বাভিমান ষ্ট্ৰাৰ্ট আৰু দিল্লী চৰকাৰৰ দ্বাৰা হাম্ৰো গৌৰৱ সম্মান‌ লাভ বটিমাৰীৰ সংস্কৃতি সাধক কলাশ্ৰী বিনোদ খনালৰ।✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বহু উন্নয়নমূলক কাম কাজ কৰিছে যদিও কোনো কোনো ঠাইত এতিয়াও স্বাস্থ্য আৰু শিক্ষা বিভাগটো পয়াঁলগা অবস্থা হৈ আছে -এই মন্তব্য এজন ভুক্তভোগীৰ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
সহপাঠী বন্দিতা বনিয়াৰ অকাল বিয়োগত আজি চতুৰ্থ দিনা আৰ এল মেমৰিয়েল স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে মৃত আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়াল বৰ্গক শোক বাৰ্তা জ্ঞাপন কৰে ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিহালী ৰাংছালীস্থিত বিপুল বনিয়াৰ কনিষ্ঠা কন্যা বন্দিতা বনিয়াৰ যোৱা ২৩ ছেপ্টেম্বৰত অকাল বিয়োগ ঘটিছিল,সেই সন্দৰ্ভত আজি বিহালী সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাস মৃত পৰিয়ালৰ গৃহত উপস্থিত হৈ সান্ত্বনা দিয়ে শোকাকুল পৰিয়াল বৰ্গক ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত এগৰাকী ৪০ বছৰীয়া অচিনাকী পুৰুষ ব্যক্তিৰ মৃতদেহ চিনাক্তকৰণৰ বাবে ৰখা হৈছে।✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
হাম্ৰো স্বাভিমান ষ্ট্ৰাৰ্ট আৰু দিল্লী চৰকাৰৰ দ্বাৰা হাম্ৰো গৌৰৱ সম্মান‌ লাভ কৰি স্বগৃহলৈ অহাত কলা শ্ৰী বিনোদ খনালক উষ্ম আদৰণি। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ সেৱক সকলে গায়ন-বায়ন আৰু বেঙ্কপাতি বেণ্ড পাৰ্টিৰ সৈতে উষ্ম আদৰণি জনায় ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>