Public App Logo
বেদেতী খেল পথাৰত তৃতীয় বাৰ্ষিক বেদা গঞ্জু আৰু জৰ্জ শীল সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি তৃতীয় দিনা খেলত গহপুৰ ফুটবল দলে ৰঙাপৰা ফুটবল দলক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।✅✅✅#behalidarpan - Biswanath News