Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

ওদালগুৰি: ওদালগুৰিত জনজাতিৰ সুৰক্ষাৰ দাবীত বিশাল টৰ্চ ৰেলী, জনজাতিকৰনৰ নামত ৰাজনীতি নকৰিবলৈ সকয়নি দ্বীপেন বড়োৰ

Udalguri, Udalguri | Nov 27, 2025
ছয় জনগোষ্ঠীৰ জনজাতি কৰনক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি সদনত গ্ৰহনৰ কৰাৰ লগে লগে ক্ষোভত ফাটি পৰিছে বৰ্তমানৰ জনজাতী দল সংগঠন তথা জনজাতীয় ৰাইজ।ওদালগুৰিতো গৰজি উঠিছে নিখিল বড়ো ছাত্ৰ সন্হা,বড়ো সাহিত্য সভাৰ লগতে জনজাতি সংগঠন সমুহ। বৰ্তমানৰ ১৪ টা জনজাতি জনগোষ্ঠীৰ সুৰক্ষাৰ দাবীত আজি সন্ধিয়া ওদালগুৰি চহৰত টৰ্চ লাইট জ্বলাই বিশাল সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। সমদলতএবছুৰ সভাপতি দ্বীপেন বড়োৱে ছয় জনজাতিক জনজাতি কৰনৰ বিষয়টোকৈ ৰাজনীতি নকৰিবলৈ চৰকাৰক সকিয়াই দিয়ে।

MORE NEWS

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল।

All Bodo Students Union - ABSU
#ABSU

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল। All Bodo Students Union - ABSU #ABSU

Udalguri, Udalguri | Aug 16, 2026

আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃ*ত্যুৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে ন্যায়িক তদন্তৰ দাবী  পৰিয়াল আৰু ৰাইজৰ। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত মৃ*ত্যু হোৱা আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি ওদালগুৰিৰ বাসগৃহত আহি পোৱাৰ পিছতে শোকত ভাগি পৰে সকলো। ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী পৰিয়াল আৰু ৰাইজৰ ।

Udalguri, Udalguri | Aug 15, 2026

বাবু ইমান সোনকালে মোক এৰি কিয় গলা? মই কি ভুল কৰিলোঁ। কৰ্তব্যত গৈ  ঘৰলৈ নশ্বৰ*দেহ হৈ উভতি অহা আৰক্ষী বিষয়া নৱজিৎ দাসক সাৱতি আত্মীয়ৰ হিয়া ভঙা কান্দোন। ওদালগুৰিৰ যুৱক - আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি বাসগৃহত উপস্থিত হোৱাৰ পিছতে কান্দো*নত ভাগি পৰিল মাতৃ, পত্নী, আত্মীয়-স্বজন। পিতৃহাৰা হ’ল তিনি বছৰীয়া কণমানিটি। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত কৰু*ণ মৃ*ত্যু হৈছিল আৰক্ষী বিষয়াজনৰ।

ওদালগুৰি: ওদালগুৰিত জনজাতিৰ সুৰক্ষাৰ দাবীত বিশাল টৰ্চ ৰেলী, জনজাতিকৰনৰ নামত ৰাজনীতি নকৰিবলৈ সকয়নি দ্বীপেন বড়োৰ - Udalguri News