Public App Logo
অভায়াপুৰীয়া মুকুন্দ নামঘৰ বানপানীৰ পিছত আমি অলপ শ্ৰমদান কৰিবলৈ সুযোগ পাইছিলোঁ। আৰ্থিকভাৱে হওক বা শ্ৰমদানেৰে হওক, নেদেখা জনেও আমাক এই কামটো কৰিবলৈ শক্তি-সাহস দিয়াৰ বাবে আজি আমি সঁচাকৈয়ে সৌভাগ্যবান। 🙏❤️ - Sibsagar News