Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
No video available

কলগাছিয়া: জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ কলগাছিয়াত পবিত্ৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা জ্ঞাপন

Kalgachia, Barpeta | Apr 10, 2024
ইছলাম ধৰ্মাৱলম্বী লোক সকললৈ জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ পৱিত্ৰ ঈদুল ফিৎৰৰ শুভেচ্ছা জ্ঞাপন। লগতে বৰপেটা বাসী আৰু জনীয়া বাসীক ঈদ মোবাৰক জনোৱাৰ লগতে শুভেচ্ছা জনায়। পবিত্ৰ ৰোমজান মাহ উপলক্ষে এমাহ ধৈৰ্য সহকাৰে ৰোজা ৰাখিলে ইছলাম ধৰ্মীয় ৰাইজে। পৱিত্ৰ ঈদ উপলক্ষে ভাতৃত্ত্ববোধ যাতে অধিক অটুট হয় তাৰে কামনা কৰে বিধায়ক গৰাকীয়ে। লগতে গঢ়িব ধুখীয়া সকলক সহায় কৰাৰ বাবে আহ্বান জনায় বিধায়ক গৰাকীয়ে।

MORE NEWS