শিৱসাগৰত বানাক্ৰান্তৰ সাহাৰ্য প্ৰদানৰ বিষয়ত স্পষ্টীকৰণ দিয়ে পূৰ্ণিমা বৰগোহাঁয়ে
মোৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে , যি গৰাকী মহিলাই মাৰপিট কৰা বুলি কৈছে তেখেতৰ পৰিয়ালৰ প্ৰায় সকলে পাইছে ইয়াৰ তথ্য ফটো আছে চাওক । মাত্ৰ তেখেতে নাই পোৱা অহাত পলম হ'ল আৰু ইতিমধ্যে কাপোৰ শেষ হৈছিল।
কোনো মাৰপিট কৰা নাই আনকি জাতিগত মন্তব্য কৰা নাই এয়া মিছা প্ৰচাৰ।
এনেকুৱা মানসিকতা থকা হ'লে পানী হোৱা কেইদিন সেই সকলক মোৰ ঘৰৰ ৰাখিবলৈ ব্যৱস্থা নকৰিলোহেতেন ।
আজি ইয়াৰ স্থানীয় সকলো ৰাইজ আহিছে এই বিষয় আলোচনা কৰিছো আপোনালোকে আন মানুহক সুধিলেও ক'ব সত্য কি
জনৈক পপী দাস নামৰ এগৰাকী মহিলাই বান সাহায্য বিচাৰি যাওঁতে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰাৰ সন্দৰ্ভত নিজৰ মত দাঙি ধৰে এনেদৰে স্থানীয় প্ৰতিবেশীৰ লগতে পূৰ্ণিমা বৰগোহাঁয়ে
#highlight #everyonefollowers