Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

পূব যোৰহাট: কৰঙা কাটনি গাঁৱত তিনিদিনীয়া কৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী

Jorhat East, Jorhat | Oct 4, 2025
কৰঙা কাটনি গাঁৱত তিনিদিনীয়া কৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী । শনিবাৰে বিয়লি পাঁচ বজালৈকে অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতা । যোৰহাট জিলাৰ কৰঙা কাটনি গাঁৱত তিনিদিনীয়া কৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ তম জন্মজয়ন্তী । প্ৰথম দিনা হস্তী লৈ শোভাযাত্ৰা উলিওৱা হয় । কেইবাখনো গাঁৱৰ মাজেৰে উলিয়ায় শোভাযাত্ৰা ।