Public App Logo
Profile Picture

Jorhat Local News

@priyanka1162
134721Followers
3Following
পূব যোৰহাট: 'সেৱা সেতু অভিযান' ৰ শিবিৰৰ বাবে  জিলাৰ উন্নয়ন খণ্ডসমূহৰ পৰ্য্যায়ত বিভিন্ন চিহ্নিত কৰা স্থান পৰিদৰ্শন জিলা আয়ুক্তৰ
পশ্চিম যোৰহাট: গান্ধী জয়ন্তী উপলক্ষে জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে ভিন্ন গাঁও পঞ্চায়তত বিশেষ গাঁও সভা অনুষ্ঠিত কৰে
পশ্চিম যোৰহাট: পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং অসুস্থ , JMCH ৰ ICU ত চিকিৎসাধীন হৈ আছে যাদৱ পায়েং
পশ্চিম যোৰহাট: যোৰহাট জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত  আন্তৰ্জাতিক অহিংসা দিৱস উদযাপন
পশ্চিম যোৰহাট: মৃত্যুৰ পূৰ্বে যোৰহাটৰ ডিম্পী শইকীয়া দত্তৰ স্বামী আৰু পুত্ৰক চাবলৈ হাহাকাৰ,কেনে পৰিস্থিতিৰ সৃষ্টি হয় উল্লেখ কৰে ভাতৃয়ে
পশ্চিম যোৰহাট: যোৰহাটত জুবিন গাৰ্গ মিনি অৰ্কিড আৰু জৈৱ্য বৈচিত্ৰ উদ্যানৰ শুভাৰম্ভ কৰে পত্নী গৰিমা গাৰ্গে
পশ্চিম যোৰহাট: তিতাবৰত চাঞ্চল্যকৰ ঘটনা , বিশেষ ভাৱে সক্ষম ছাত্ৰৰ ই-ৰিক্সা চুৰি কৰাৰ অভিযোগ , তিতাবৰ থানাত এজাহাৰ
পশ্চিম যোৰহাট: আগৰতলাৰ যুৱক বাপী দেৱনাথে কিয় ভাৰত ভ্ৰমণ কৰিছে , কি কি শ্লগান লৈছে উল্লেখ কৰে যোৰহাটত উপস্থিত হৈ
পশ্চিম যোৰহাট: প্ৰসংগ : ড্ৰাগছৰ অভাৰ ড'জ ত  অন্বেষা শইকীয়াৰ মৃত্যু , অন্যতম অভিযুক্ত জাভেদ আহমেদ গ্ৰেপ্তাৰ
পশ্চিম যোৰহাট: যোৰহাটৰ মাজমজিয়াত কৰ্ত্যবৰত আৰক্ষীক প্ৰহাৰ সুৰামত্ত যুৱকৰ
পশ্চিম যোৰহাট: যোৰহাটত জিলা শিশু আৰু কল্যাণ সুৰক্ষা সমিতিৰ বৈঠক,সংহত সমাজভিত্তিক শিশু সুৰক্ষাৰ বাবে ‘কৱচ’ আঁচনিৰ মুকলি
পশ্চিম যোৰহাট: সংহত জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্তৰ উপস্থিতিত  'জিলা পানী আৰু অনাময় মিছন'ৰ পৰ্যালোচনা সভা সম্পন্ন
পূব যোৰহাট: জৱাহৰলাল নবোদয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চৰ অৰ্থ সাহাৰ্যত টীয়কত বানাক্ৰান্তৰ বাবে সাজিলে গৃহ,দিলে আচবাব
পশ্চিম যোৰহাট: যোৰহাটৰ ভোগদৈ নৈত অঘটন , মাছ ধৰিবলৈ গৈ সন্ধানহীন এজন যুৱকq
পশ্চিম যোৰহাট: 'Ride for Nation’ শীৰ্ষক চাইকেল যাত্ৰা আগৰতলাৰ এজন যুৱকৰ , আজি যোৰহাটত উপস্থিত হৈছে যুৱক জন
পশ্চিম যোৰহাট: নতুন সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত ‍জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত
পশ্চিম যোৰহাট: যোৰহাটত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত , ধাননি পথাৰত পেলাই থৈ গ'ল নৱজাতক শিশুক
পশ্চিম যোৰহাট: টীয়কত ভাওনা অনুষ্ঠিত কৰাৰ নামত অবৈধ্য ভাৱে  ধন সংগ্ৰহত  একাংশ ভকত নামি পৰাৰ অভিযোগ
পশ্চিম যোৰহাট: SR ক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে , যোৰহাটত সংবাদমেল সম্বোধন পবিত্ৰ মাৰ্ঘেৰিটাৰ
পশ্চিম যোৰহাট: ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত ভিন্ন স্থানত চোৰৰ উপদ্রৱত নিদ্ৰা হৰিছে ৰাইজৰ , মন্তব্য অঞ্চলবাসীৰ
পশ্চিম যোৰহাট: যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত দুৰ্গা পূজা ২০২৬-ৰ সু-পৰিচালনা আৰু শান্তিপূৰ্ণ উদযাপন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা
মৰিয়নি: মৰিয়নি অসম নাগালেণ্ড সীমান্তত উত্তেজনা , ILP ৰ নামত সাধাৰণ শ্ৰমিকক ছুটাফলা গেটত হাৰাশাস্তি কৰাৰ অভিযোগ
পশ্চিম যোৰহাট: জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত যোৰহাটত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদী সমদল
পশ্চিম যোৰহাট: যোৰহাটত বীৰ লাচিত সেনাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী , খিলঞ্জীয়াৰ ভূমি সুৰক্ষা আইন প্ৰণয়ন কৰাৰ দাবী
পশ্চিম যোৰহাট: যোৰহাটৰ পূজাডুবিৰ পৰা পিষ্টল সহ যুৱক গ্ৰেপ্তাৰ