‘ৰাহুল গান্ধীৰ ডিজিটেল সত্যাগ্ৰহ ভাল কথা!’ — চিৰাগ পাছৱান
ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ‘ডিজিটেল সত্যাগ্ৰহ’ক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে।
যুৱক-যুৱতী আৰু দেশৰ নাগৰিকে নিজৰ কথা প্ৰকাশ কৰিবলৈ অধিক মঞ্চ লাভ কৰা উচিত বুলি তেওঁ কয়। সেই চিন্তাধাৰাৰ পৰাই ৰাহুল গান্ধীয়ে ডিজিটেল সত্যাগ্ৰহ আৰম্ভ কৰা বুলি মন্তব্য কৰে চিৰাগে।
Assam, India | Oct 4, 2026